আঞ্চলিক সংবাদ

June 10, 2025 1:09 PM

views 25

গোলাঘাট আইন মহাবিদ্যালয়ত ৫ বছৰীয়া আইন পাঠ্যক্ৰম আৰম্ভ

গোলাঘাট আইন মহাবিদ্যালয়ত ৫ বছৰীয়া আইন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। ১৯৭৯ চনত গোলাঘাট নগৰৰ বেঙেনাখোৱাত স্থাপন কৰা আইন শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখনত এইবছৰৰ পৰা ৫ বছৰীয়া আইনী পাঠ্যক্ৰমৰ সংযোজনে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। শেহতীয়াকৈ বাৰ কাউঞ্চিল অব্ ইণ্ডিয়াই ৫ বছৰীয়া আইন স্নাতক প...

June 10, 2025 1:08 PM

views 26

অসমৰ লগতে ঝাৰখণ্ড, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশত ৭৫ টা আদর্শ অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ ব্যৱস্থা

অ' এন জি চিয়ে তেওঁলোকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত অসমৰ লগতে ঝাৰখণ্ড, নাগালেণ্ড আৰু অন্ধ্ৰপ্ৰদেশত ৭৫ টা আদর্শ অংগনবাড়ী কেন্দ্ৰ উন্নীতকৰণৰ ব্যৱস্থা কৰিছে। এই কেন্দ্ৰসমূহৰ ভিতৰত অসমৰ শিৱসাগৰ, যোৰহাট আৰু কাছাৰত ২৮ টা কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহত স্মার্ট টি ভি, ব্লুটুথ স্পীকাৰ, শিক্ষামূলক...

June 10, 2025 1:06 PM

views 61

যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগৰ কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ বিভিন্ন পঞ্চায়ত পৰ্যায়ত কৃষক পঞ্জীয়ন শিবিৰ সম্পন্ন হোৱাৰ পাছত সম্প্রতি জিলা কৃষি বিষয়াৰ কাৰ্যালয় আৰু সাধাৰণ সেৱা কেন্দ্ৰসমূহত এই প্রক্রিয়া চলি আছে। উল্লেখযোগ্য যে প্রধানমন্...

June 10, 2025 1:05 PM

views 12

বিক্ৰম কৈৰীৰ অধ্যক্ষতাত ৰেচম বিভাগৰ জিলা পৰ্যায়ৰ বাচনি সমিতিৰ সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰেচম বিভাগৰ জিলা পৰ্যায়ৰ বাচনি সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন -গ্রামীনৰ অধীনত এৰী পালনৰ যাৱতীয় সা-সঁজুলিৰ বিতৰণৰ বাবে ৰেচম উৎপাদনৰ লগত জড়িত বচা বচা মহিলা হিতাধিকাৰীৰ চূড়ান্ত তালিকাত অনু...

June 10, 2025 1:03 PM

views 24

ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ সভা অনুষ্ঠিত

চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্রমিকৰ লগতে কৰ্মচাৰীসকলক পাঁচ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ এখন সভা কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত আয়ুক্ত বিক্ৰম কৈ...

June 10, 2025 12:53 PM

views 39

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলা অন্তৰ্ভূক্ত

হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাকো সামৰি লোৱা হ'ব। কালি বিধানসভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হাতী-মানুহৰ সংঘাত সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে যোৰহাট জিলাৰ গিবন অভয়াৰণ্যৰ ...

June 10, 2025 12:46 PM

views 19

মুখ্যমন্ত্ৰীৰ সৈতে ভূটানৰ গেলেফু মাইণ্ড ফুলনেছ চিটীৰ প্ৰতিনিধি দলটোৰ বৈঠক

অসম আৰু মেঘালয়ত ছদিনীয়া ভ্ৰমণসূচীৰে অহা ভূটানৰ গেলেফু মাইণ্ড ফুলনেছ চিটীৰ প্ৰতিনিধি দলটোৱে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ মুখ্য সচিব আৰক্ষী সঞ্চালকপ্ৰধান আৰু অন্য শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকত দেশখনৰ সৈতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি, প্রয...

June 10, 2025 12:43 PM

views 31

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত বিত্তীয় বৰ্ষত এক কোটি ৭৩ লাখ টকাৰ ৰাজহ সংগ্ৰহ

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত বিত্তীয় বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ৰাজহ সংগ্রহ যথেষ্ট বৃদ্ধি পাইছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত উদ্যানখনৰ পৰা এক কোটি ৭৩ লাখতকৈও অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। এই সময়ছোৱাত ৬০ হাজাৰ ৯১২ গৰাকী ঘৰুৱা আৰু তিনি হাজাৰ ৪২৬ গৰাকী বিদেশী পর্যটকে ৰাষ্ট্ৰীয় উদ্যান...

June 10, 2025 12:40 PM

views 30

অসম সত্রভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ চূড়ান্ত প্রতিবেদন দাখিল

অসম সত্রভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগে বিস্তৃত ক্ষেত্রভিত্তিক পর্যবেক্ষণৰ দ্বাৰা প্ৰস্তুত কৰা চূড়ান্ত প্রতিবেদন কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক দাখিল কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত সমিতিখনে এই প্রতিবেদন আনুষ্ঠানিকভাৱে দাখিল কৰে। প্ৰতিবেদন গ্রহণ কৰি মুখ্যমন্ত্ৰী ড° শ...

June 10, 2025 12:35 PM

views 31

খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

খিলঞ্জীয়া আৰু জনজাতীয় লোকক উচ্ছেদ কৰাৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সদনৰ মজিয়াত প্ৰকাশ কৰিছে। অহা ১০০ বছৰলৈ জনজাতীয় লোকৰ ভূমি উচ্ছেদৰ বাবেও চৰকাৰে পৰিকল্পনা কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনজাতীয় লোকসক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।