আঞ্চলিক সংবাদ

June 10, 2025 12:08 PM

views 13

চৰকাৰৰ যোৱা ১১ বছৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীত আজি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ বিষয়ত আলোকপাত

সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰি আহিছে। আজি পৰিৱেশ সংৰক্ষণ আৰু উন্নয়নৰ বিষয়ত আলোকপাত কৰা হৈছে। বিগত দশকটোত ভাৰতে সংহত পৰিৱেশৰ সৈতে জড়িত ...

June 9, 2025 7:54 PM

views 39

কোকৰাঝাৰত হিতাধিকাৰী সন্মিলন তথা আর্থ সামাজিক সজাগতা কাৰ্যসূচীৰ আয়োজন

বিটিআৰ প্ৰশাসনে আজি কোকৰাঝাৰ জিলাৰ শিলবাৰী খেলপথাৰত এখন হিতাধিকাৰী সন্মিলন তথা আর্থ সামাজিক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সম্পৰ্কত হিতাধিকাৰীসকলক সজাগ কৰাৰ লগতে তৃণমূল পৰ্যায়ৰ পৰা সমাজত এনে আঁচনিসমূহৰ প্ৰভাৱ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ...

June 9, 2025 7:49 PM

views 15

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশী, আন তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ

যোৱা ২৩ মে'ত মেঘালয় ভ্ৰমণৰ বাবে আহি দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত তেওঁৰ পত্নী সোনম ৰঘুবংশীৰ লগতে আন তিনিজন অভিযুক্তক মেঘালয় আৰক্ষীৰ সহযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত সোনম ৰঘুবংশীয়ে আত্মসমৰ্পণ কৰাৰ পাছত...

June 9, 2025 7:45 PM

views 15

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ, অগপৰ প্রার্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ মনোনয়ন পত্র দাখিল

অহা ১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী কনাড পুৰকায়স্থ আৰু অগপৰ প্রার্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মনোনয়ন পত্র দাখিল কৰে। দুয়োগৰাকী প্ৰাৰ্থীয়ে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওচৰত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত...

June 9, 2025 7:41 PM

views 36

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বিমান বন্দৰ, ডিব্ৰুগড় নামেৰে নামকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছে। আজি দিছপুৰত অনুষ্ঠিত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত পৰিবহণ মন্ত্রী যোগেন মহনে এই সন্দৰ্ভত উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনে সৰ্বসন্মতিক্রমে গ্...

June 9, 2025 1:21 PM

views 11

ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ আমেৰিকা ভ্ৰমণ সমাপ্ত

আমেৰিকালৈ যোৱা ভাৰতৰ সৰ্বদলীয় সংসদীয় প্রতিনিধি মণ্ডলৰ অন্তিমটো দলে উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু উপ-বিদেশমন্ত্ৰী ক্রিষ্ট'ফাৰ লেণ্ডোক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ যাত্ৰাৰ সামৰণি মাৰিছে । পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ সংকল্পবদ্ধতাৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্য...

June 9, 2025 1:07 PM

views 11

নাছাৰ কেনেডি মহাকাশ ষ্টেচনৰ পৰা AXIOM-4 মিছন কাইলৈ উৎক্ষেপণ কৰা হ’ব

নাছাৰ কেনেডি মহাকাশ ষ্টেচনৰ পৰা AXIOM-4 মিছন ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৫ বাজি ৫২ মিনিটত উৎক্ষেপণ কৰা হ'ব। এই অভিযানত ১৪ দিনৰ বাবে ভাৰত-আমেৰিকা পোলেণ্ড আৰু হাংগেৰীৰ ৪জন মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ল'-আর্থ অৰবিটলৈ প্ৰেৰণ কৰা হ'ব। ১৯৮৪ চনত ৰাকেশ শৰ্মাই মহাকাশ যাত্ৰা কৰাৰ পাছত ভাৰতৰ...

June 9, 2025 12:28 PM

views 23

ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন

ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ আসন দুখনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। আজি বিয়লি ৩ বজাৰ পূৰ্বে প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিব লাগিব। ইতিমধ্যে শাসনাধিস্থিত এন ডি এই অহা ১৯ জুনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ অসমৰ দুখন আসনৰ বাবে প্রার্থী নাম চূড়ান্ত কৰিছে। বিজেপিয়ে কনাড পুৰকায়স্থ আৰু অগপই বীৰে...

June 9, 2025 12:24 PM

views 10

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে ৫খন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট-মোবাইল সেৱা বন্ধ

মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ পাঁচখন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰাৰ উপৰি অনিৰ্দিষ্টকালৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে। ৰাজ্যখনত মেইতেই সংগঠন অৰম্বাই টেংগলৰ সদস্য কানন সিঙকে ধৰি পাঁচজন নেতাক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সম্প্রদায়টোৰ লোকসকলে কৰা প্ৰ...

June 9, 2025 12:20 PM

views 17

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ, ১১খন জিলাৰ ৩ লাখ লোক এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা ২৪ ঘণ্টাত বানৰ ফলত কোনো প্রাণহানি, বিশেষ ক্ষয়-ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে ১১খন জিলাৰ ৭৪১খন গাঁৱৰ প্ৰায় ৩ লাখ লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথমটো বানত ২৩জন লোকে প্ৰাণ হেৰুৱায়। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৩০টা আশ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।