June 11, 2025 6:47 PM
79
প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ কৱলত ৰাজ্যঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যত সতর্কতা জাৰি
অসম প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ কৱলত পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত সতর্কতা জাৰি কৰাৰ লগতে স্বাভাৱিক উষ্ণতাতকৈ এইবেলি উষ্ণতা অধিক হোৱা বুলি সদৰি কৰি এই তাপমাত্ৰা অহা ২-৩ দিনলৈ বাহাল থাকিব পাৰে বুলি সম্ভাৱনা প্রকাশ কৰে। বিভাগটোৱে এই গ্ৰীষ্ম প্ৰৱাহৰ পৰা সতৰ্ক হৈ থাকিবলৈ ৰাইজলৈ আহ্বান জনাই শিশু...