আঞ্চলিক সংবাদ

June 9, 2025 12:17 PM

views 32

মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী-ৰিভাৰ ৰাফটিং বন্ধ

বাৰিষাৰ পৰিপ্ৰেক্ষিতত মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফ্টিং পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক ড০ চি ৰমেশে এখন জাননীযোগে এই কথা সদৰী কৰিছে। লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন সংমণ্ডল বিষয়া বাৰীন বড়োৱে ২০ জুনলৈকেহে উদ্যানখনত জীপ ছাফাৰী চলিব ...

June 9, 2025 12:33 PM

views 11

শিৱসাগৰত ৱাটাৰ প’ল’ খেলৰ ৰাজ্যিক বাছনি শিবিৰ

শিৱসাগৰত কালিৰে পৰা ৱাটাৰ প’ল' খেলৰ ৰাজ্যিক বাছনি শিবিৰ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ বাঢ়ৈটিঙত জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আৰু অসম সাঁতোৰ সন্থাৰ তত্ত্বাৱধানত অনুষ্ঠিত এই শিবিৰ কালি অসম সাঁতোৰ সন্থাৰ উপ-সভাপতি দেৱ হাজৰিকাই উদ্বোধন কৰে। এসপ্তাহ ধৰি চলিবলগীয়া এই শিবিৰৰ পৰা জুলাইৰ প্ৰথম ভাগত আহমেদা...

June 9, 2025 12:09 PM

views 14

বিশ্বৰ ১ নম্বৰ স্থানৰ টেনিছ খেলুৱৈ ইটালীৰ জানিক চিনাৰক পৰাস্ত স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ

টেনিছত স্পেইনৰ কাৰ্লোছ আলকাৰাজে যোৱা নিশা বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈ ইটালীৰ জানিক চিনাৰক ৫ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দুটা ছেট পিছপৰি তিনিটা চেম্পিয়নশ্বিপ পইণ্টৰ সন্মুখীন হোৱা বৰ্তমানৰ চেম্পিয়ন আলকাৰাজে পৰাজয়ৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু গ্ৰেণ্ড শ্লেমৰ ইতিহাসৰ অন্যতম ৰোমাঞ্চকৰ ফাইনেল খেলখন...

June 9, 2025 12:07 PM

views 16

নগাঁৱৰ কলিয়াবৰ-তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত দুজন

নগাঁও জিলাৰ কলিয়াবৰ-তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়। কলিয়াবৰৰ উলুৱনী থানাৰ হাতীবন্ধাৰ সমীপৰ দলাপানীত তীব্ৰবেগী ট্রাক আক মটৰচাইকেলৰ মাজত খুন্দা লগাৰ ফলত মটৰচাইকেল আৰোহী দুজন থিতাতে নিহত হয়। নিহত লোক দুজন ৰূপহীহাট থানাৰ অন্তৰ্গত আনাৰুল হক আৰু আছ...

June 8, 2025 9:18 PM

views 53

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা ২৪ ঘণ্টাত বানৰ ফলত কোনো প্রাণহানি, বিশেষ ক্ষয়-ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে ১২খন জিলাৰ ৯০০খন গাঁৱৰ ৩ লাখতকৈও অধিক লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথমটো বানত ২৩জন লোকে প্রাণ হেৰুৱায়। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ১৩০ট...

June 8, 2025 9:03 PM

views 15

কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ বছৰে উত্তৰ-পূৰ্বাঞ্চলত কেৱল আন্তঃগাঁথনিকে নহয়, জনসাধাৰণৰ বাবেও বিনিয়োগ কৰি আহিছে

সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ আদৰ্শৰে দেশে ৰূপান্তৰৰ এটা দশক সম্পূৰ্ণ কৰিছে। চৰকাৰে যোৱা ১১ বছৰে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আকাশবাণীয়ে বিশেষভাৱে প্ৰচাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ বছৰে উত্তৰ-পূৰ্বাঞ্চলত কেৱল আন্তঃগাঁথনিকে নহয়, জনসাধাৰণৰ বাবেও বিনিয়োগ কৰি আহ...

June 8, 2025 8:48 PM

views 21

মণিপুৰৰ পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবল, বিষ্ণুপুৰ আৰু কাকসিং জিলাত ইণ্টাৰনেট  সেৱা বন্ধ

মণিপুৰত চিবিআইয়ে যোৱা নিশা আৰাম্বাই টেংগল নামৰ বিদ্রোহী সংগঠনটোৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলাত সাধাৰণ জনতাই হিংসাত্মক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে যোৱা নিশা ১১ বাজি ৪৫ মিনি...

June 8, 2025 8:42 PM

views 23

মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক এন আই এৰ গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই এ মণিপুৰত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত জড়িত ৩ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে। এই তিনিওজন বিদ্ৰোহীয়ে যোৱা বছৰ ১৭ জানুৱাৰীত মণিপুৰ মোৰেত ভাৰতীয় সংৰক্ষিত বাহিনীৰ এটা নিৰাপত্তা চাউনীত আক্ৰমণ সংঘটিত কৰাৰ লগতে এটা তহলদাৰী গোটৰ ওপৰতো আক্ৰমণ সংঘটিত কৰিছিল। এই ঘটনাত দু...

June 8, 2025 7:53 PM

views 41

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ

আকাশবাণীয়ে আজি ৯০ বছৰ সম্পূৰ্ণ কৰিছে। ১৯৩৬ চনৰ আজিৰ তাৰিখতে ইণ্ডিয়ান ষ্টেট ব্রডকাষ্টিং ছাৰ্ভিচক অল ইণ্ডিয়া ৰেডিঅ' নামেৰে আৰু স্বাধীনতাৰ পৰৱৰ্ত্তী সময়ত ১৯৫৬ চনত ইয়াক আকাশবাণী নামেৰে নামকৰণ কৰা হৈছিল। এই ঐতিহাসিক দিনটোৱে কেইবা প্ৰজন্মৰ ধাৰাবাহিকতা ৰক্ষা কৰা এটা শ্ৰৱ্য মাধ্যমৰ জনপ্ৰিয়তা আৰু দেশৰ ...

June 8, 2025 7:46 PM

views 27

মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে’লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ এক্ট-ইষ্ট নীতিৰ অংশ হিচাপে উত্তৰ-পূবত যোগাযোগ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে'লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত আছে। ৰে'ল মন্ত্ৰালয়ে ম্যানমাৰ সীমান্তলৈ এই ৰে'লপথচোৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। ৰে'লপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।