June 3, 2025 1:02 PM June 3, 2025 1:02 PM
10
শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত
শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ'ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৫ জুনৰ শেষ নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি হ'ব। ২৬ জুনৰ পুৱা ৰীতি-নীতিৰে দেৱীৰ স্নান পৰ্ব, নিত্য পূজা সমাপনৰ পাছত ভক্তৰ বাবে মন্দিৰৰ ...