আঞ্চলিক সংবাদ

May 22, 2024 6:55 PM

views 30

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সম্ভাব্য বান পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা বৈঠক

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু নগাঁও জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু চক্র বিষয়াসকল উপস্থিত থকা এই বৈঠকত বাৰিষাকালত হ'ব পৰা সম্ভাব্য বান পৰিস্থিতি সম্প...

May 22, 2024 6:47 PM

views 17

ৰঙিয়াত প্রাক্তন মন্ত্রী থানেশ্বৰ বড়োলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্ৰদ্ধাঞ্জলি

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্রয়াত প্রাক্তন মন্ত্রী থানেশ্বৰ বড়োৰ ৰঙিয়াৰ গৰকাৰ বাসভৱনত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰয়াত বড়োৰ ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। পাছত সংবাদ মাধ্যমৰ সৈতে মতবিনিময...

May 22, 2024 10:33 AM

views 20

আই আই টি ইন্দোৰৰ পৰা ৯.৪৫ চি জি পি এৰে অসমৰ কৃশাংগী কাশ্যপৰ শীৰ্ষস্থান

ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্রতিষ্ঠান ইন্দোৰৰ পৰা ৯ দশমিক ৪-৫ চি জি পি এৰে অসমৰ কৃশাংগী কাশ্যপে শীৰ্ষত আৰোহণ কৰিছে। আই আই টি ইন্দোৰৰ জ্যোর্তিবিজ্ঞানৰ ছাত্ৰী অসমৰ কৃশাংগী কাশ্যপে এস্ট্রোনমী, এস্ট্রোফিজিকছ এণ্ড স্পেচ ইঞ্জিনীয়াৰিং বিষয়ৰ স্নাতকোত্তৰ পৰীক্ষাত সৰ্বমুঠ ৯ দশমিক ৪-৫ চি জি পি এৰে আই আই টি টপ...

May 21, 2024 8:31 PM

views 22

আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ অসম গণ পৰিষদৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতেই শাসকীয় বিজেপি দলৰ সহযোগী দল অসম গণ পৰিষদে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৰ নেতৃবৃন্দই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক উপ-নির্বাচন অনুষ্ঠিত হ'বলগীয়া বিধানসভা সমষ্টি কেইটাত তৎপৰতাৰে প্ৰস্তুতি আৰম্ভ কৰিবলৈ...

May 21, 2024 8:15 PM

views 35

আম আদমি পার্টিৰ প্ৰাক্তন বিধায়ক জগবীৰ সিং ব্ৰাৰৰ বিজেপিত যোগদান

পঞ্জাৱৰ পৰা আম আদমি পার্টিৰ প্ৰাক্তন বিধায়ক জগবীৰ সিং ব্ৰাৰে আজি বিজেপিত যোগদান কৰে। নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘৰ উপস্থিতিত তেওঁক দলত অন্তৰ্ভুক্ত কৰা হয়৷ 0000 সমগ্ৰ দেশত আজি সন্ত্রাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। ১৯৯১ চনৰ ২১ মে'ত এল টি টি ইৰ আত্মঘাট...

May 21, 2024 7:54 PM

views 22

যোৰহাটত শিশু সুৰক্ষা সজাগতা সভা

যোৰহাট জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি যোৰহাটত শিশু সুৰক্ষা সজাগতা সভা অনুষ্ঠিত হয়। বাল্যবিবাহ, শিশু সুৰক্ষা আৰু শিশু শ্রমিক আদি বিভিন্ন বিষয়ৰ ওপৰত জিলা শিশু সুৰক্ষা বিষয়াই সাধাৰণ ভাষাত দৃশ্য শ্রাব্য শ্লাইডৰ জৰিয়তে বিষদ আলোচনা আগবঢ়ায়।

May 21, 2024 11:55 AM

views 20

আজি বিশ্ব সাংস্কৃতিক বিচিত্রতা দিৱস

আজি বিশ্ব সাংস্কৃতিক বিচিত্রতা দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তত শান্তি আৰু সংহত বিকাশ সম্ভৱ কৰি তোলাত আন্তঃসাংস্কৃতিক আলোচনাৰ গুৰুত্বপূৰ্ণ ভূমিকাক তুলি ধৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে। দেখা গৈছে যে, বিশ্বৰ সাম্প্ৰতিক ৯০ শতাংশ সংঘাতেই আন্তঃসাংস্কৃতিক আলোচনাৰ অভাৱৰ বাবে সৃষ্টি হৈছে। এই ক্ষেত্ৰত ...

May 21, 2024 11:52 AM

views 25

গুৱাহাটী ৰে’ল ষ্টেচনত মাদক দ্রব্যসহ এজন লোকক গ্ৰেপ্তাৰ ৰে’ল আৰক্ষীৰ

ৰে’ল আৰক্ষীয়ে কালি গুৱাহাটী ৰে’ল ষ্টেচনৰ ৪ নম্বৰ প্লেটফৰ্মত অভিযান চলাই মাদক দ্রব্যসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা ৪৮ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয়। আন এটা অভিযানত ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত এজন কিশোৰৰ পৰা ৬ কিলোগ্রাম ভাং জব্দ কৰে। গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখ...

May 21, 2024 11:51 AM

views 36

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ টিকটবিহীন যাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’লৈকে ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই টিকটবিহীন যাত্ৰীৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই বিশেষ সফলতা অর্জন কৰিছে। চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’ লৈকে এনে অভিযানত ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ কৰা হৈছে৷ যোৱা বছৰৰ এপ্ৰিলৰ পৰা এইবছৰৰ মাৰ্চলৈ চলোৱা অভিযানত টিকট অবিহনে যাত্ৰা কৰা ৭ লাখ ৯৩ হাজাৰ ১৭০ গৰাকী লোকক ...

May 21, 2024 11:48 AM

views 31

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস; ৰাজ্যৰ ভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। এই দিৱস উপলক্ষে অসমৰ ভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ২০০ বছৰীয়া অসমৰ চাহ শিল্পই ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে বহু লোকক সংস্থাপিত কৰি আহিছে। অসমৰ বহু সংখ্যক খেতিয়ক চাহ উদ্যোগৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।