আঞ্চলিক সংবাদ

July 5, 2025 8:15 PM

views 17

কংগ্ৰেছৰ পাঁচজনীয়া এটা সজাতি দলৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ

বিধানসভাত বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শ‍ইকীয়াৰ নেতৃত্বত আজি কংগ্ৰেছৰ পাঁচজনীয়া এটা সজাতি দলে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ সন্দৰ্ভত দলটোৱে ৰাজ্যপালক স্মাৰক-পত্ৰ প্ৰদান কৰে। ৰাজ্যপালক সাক্ষাৎ কৰি সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ কয় যে স...

July 5, 2025 8:11 PM

views 43

বড়ো শান্তি চুক্তিক স্বাধীন ভাৰতত ৰূপায়িত অন্যতম সফল শান্তি চুক্তি বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিক স্বাধীন ভাৰতত ৰূপায়িত অন্যতম সফল শান্তি চুক্তি হিচাপে অভিহিত কৰিছে। বাক্সা জিলাৰ আৱৰ্ত ভৱনত আজি জিলাখনত চৰকাৰৰ বিভিন্ন কল্যানকামী আঁচনিৰ ফলপ্রসূ ৰূপায়ণ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা ব...

July 5, 2025 7:18 PM

views 21

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰক্ষী থানাৰ সভাকক্ষত আজি জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা প্রশাসনৰ সহকাৰী আয়ুক্ত তথা জিলা শিশু সুৰক্ষা বিষয়াৰ সঞ্চালনাত আয়োজিত এই সভাত বাল্য বিবাহ, শিশু শ্রমিক, শিশু সৰবৰাহ আৰু নিচাজাতীয় দ্ৰব্য সেৱন বিষয়ত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস...

July 5, 2025 7:15 PM

views 22

গোলাঘাট জিলাৰ মেৰাপানীত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

চি আৰ পি এফৰ এটা দলে আজি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত অভিযান চলাই বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি নাগালেণ্ডৰ পৰা এখন ট্রাকযোগে গোলাঘাটলৈ সৰবৰাহ কৰা হৈছিল। চিগাৰেটখিনিৰ বজাৰ মূল্য ২০ লাখ টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে। চি আৰ পি এফে ঘটনা সংক্রান্তত ট্রাকখনৰ চালক বাবাতু গগৈক আ...

July 5, 2025 7:13 PM

views 8

ডিফু আৱৰ্ত ভৱনত অঞ্চলটোৰ সাংবাদিকসকলৰ সৈতে গৌৰৱ গগৈৰ মত বিনিময়

অসম প্রদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈয়ে আজি ডিফু আৱৰ্ত ভৱনত অঞ্চলটোৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে। বৰ্তমানৰ চৰকাৰখনৰ সমালোচনা কৰি শ্ৰীগগৈয়ে কংগ্ৰেছৰ শাসনকালত ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শাসন ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণৰ পৰিৱৰ্তে বিজেপি চৰকাৰে সকলোবোৰ ক্ষমতা ন...

July 5, 2025 7:01 PM

views 17

অ’ এম আৰ উত্তৰবহী ব্যৱহাৰ সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধিসূচনা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৬ বৰ্ষত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অ এম আৰ উত্তৰবহী ব্যৱহাৰৰ কোনো তাৎক্ষণিক পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত অ' এম আৰ উত্তৰবহী ব্যৱহাৰ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা অহা প্ৰশ্নলৈ চাই পৰিষদৰ সচিবে আজি এখন অধিসূচনাযোগে এই ...

July 5, 2025 6:59 PM

views 21

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। কামৰূপ জিলাত এই ৰোগত আক্ৰান্ত হৈ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু চাৰিজন লোক চিকিৎসাধীন হৈ আছে। কামৰূপ জিলা মেলেৰিয়া বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত সজাগতা শিবিৰৰ আয়োজন কৰিছে। বিভাগে লগতে প্ৰায় ২...

July 5, 2025 6:56 PM

views 26

চিৰাঙত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সমদল

নিচামুক্ত ভাৰত অভিযানৰ অধীনত চিৰাং জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু জিলা আৰক্ষীৰ সহযোগত আজি কাজলগাঁৱত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে এটা সজাগতা সমদল উলিওৱা হয়। জিলা আয়ুক্ত যতীন বৰাই মুকলি কৰা এই বাইক সমদলত দুশৰো অধিক লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত মাদক দ্ৰব্যৰ ক্ষতিকাৰক প...

July 5, 2025 5:54 PM

views 26

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি ৬১ সংখ্যক মৃত্যু বার্ষিকী পালন

বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি ৬১ সংখ্যক মৃত্যু বার্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীৰ মৃত্যু বার্ষিকী পালন কৰা হৈছে। অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক দুৱৰাই পশ্চিমীয়া আৰু পাৰচ্যৰ কাব্যমনীষাৰ সৃষ্টিৰাজিৰ আলোকেৰে অসমীয়া কাব্য সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে। ৰমন্যা...

July 5, 2025 5:18 PM

views 11

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে

ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ চৰকাৰে ৰাজ্যখনৰ থকা প্ৰায় ৩৫০টা আশ্রয় শিবিৰ বন্ধ কৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব পি কে সিঙে কালি ইম্ফলত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কয়, যে ২০২৩ চনৰ পৰা ৰাজ্যখনত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত গৃহহীন হোৱা লোকসকলৰ বাবে স্থাপন কৰা এই আশ্রয় শিবিৰসমূহত থকা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।