আঞ্চলিক সংবাদ

July 4, 2025 12:57 PM

views 17

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীছ এনকেফেলাইটিছ প্ৰদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীছ এনকেফেলাইটিছ প্ৰদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বজালী জিলাৰ বাঘমাৰা আৰু দলৌ পথাৰৰ দুজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি জিলাখনত ৫ গৰাকীকৈ লোকৰ দেহত এই ৰোগৰ...

July 4, 2025 12:52 PM

views 12

২১ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিৱেশন ২১ জুলাইত আৰম্ভ হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰিছে। বুধবাৰে শ্ৰী ৰিজিজুৱে কয়, যে স্বাধীনতা দিৱস উদযাপনৰ বাবে ১৩ আৰু ১৪ আগষ্টত সংসদৰ অধিৱেশন অনুষ্ঠিত নহয়। ২১ আগষ্টত চলিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত আনৱিক খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশক...

July 4, 2025 12:50 PM

views 25

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় ৰাং কুকুৰৰ সন্ধান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় ৰাং কুকুৰৰ সন্ধান পোৱা গৈছে। কাৰ্বি আংলঙৰ আমগুৰি এনিমেল কৰিৰ্ডৰত স্থাপন কৰা কেমেৰাত ৰাং কুকুৰৰ বিচৰণৰ দৃশ্য বন্দী হৈছে। বিগত প্রায় তিনি বছৰে কাজিৰঙাত ৰাং কুকুৰৰ উপস্থিতিৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষা-নীৰিক্ষা চলাই থকাৰ অন্তত উদ্যানখনত ৰাং ...

July 4, 2025 12:46 PM

views 20

অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত

কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত অসম-নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত পৰিছে। নগা পাহাৰৰ পৰা প্ৰৱাহিত নামদাং, দৈ-খনা, দিচৈ, ডেন্সি আদি উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে গেলেকীৰ নচুক, নআলি, বামুণগাঁও, ৰঙাগড়া, চপৰীয়া, মৰাণগাঁও, কছাৰী, তল মৰাণগাঁও, ওপৰ নামচাই, চৰাইসজীয়া, নমাটি,...

July 4, 2025 12:43 PM

views 23

দংকামোকামত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু

পশ্চিম কাৰ্বি আংলং জিলাৰ দংকামোকামত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু হয়। কালি সন্ধিয়া প্ৰবল বৰষুণ আৰু বিজুলী-ঢেৰেকনীৰ বাবে ইনভার্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱাৰ সময়তে বিদ্যুৎ পৰিবাহী ছকেটত লাগি চিকিৎসকগৰাকীৰ থিতাতে মৃত্যু হয়। মৃত ৰূপলিন ৰংপিপি নামৰ চিকিৎসকগৰাকী ওমপানাই খণ্ড প্...

July 4, 2025 12:39 PM

views 25

৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বংগোপ সাগৰৰ পৰা জলীয় বাস্ত্ৰৰ প্ৰভাৱত আজিৰপৰা ৬ জুলাইলৈ ৰাজ্যৰ ঠাইবিশেষে বিজুলী থেৰেকণিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। আজি বৰপেটা আৰু বঙ...

July 4, 2025 1:05 PM

views 32

অহা ছেপ্তেম্বৰত বি টি চি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন

বি টি চি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব আৰু বি টি চি পৰিষদীয় নির্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। ওদালগুৰিত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। পাঁচদিনীয়া বি টি চি ভ্রমণসূচীৰ প্ৰথম...

July 4, 2025 1:12 PM

views 31

আজি ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি কৰিব। এই নতুন কেন্দ্ৰটো সামৰ্থ বৃদ্ধিৰ প্ৰচেষ্টাৰ বিকেন্দ্ৰীকৰণ আৰু দেশৰ পূব প্ৰান্তত সেৱা প্ৰদান ব্যৱস্থাৰ উন্নয়নৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষ...

July 3, 2025 7:57 PM

views 19

ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন সমীক্ষা বৈঠকত মুখ্যমন্ত্রীৰ অংশগ্রহণ

পাঁচদিনীয়া বি টি চি ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আজি ওদালগুৰিত উপস্থিত হয়। ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বিভিন্ন কল্যাণকামী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাৰ উপৰি বিধান...

July 3, 2025 7:17 PM

views 32

লখিমপুৰ জিলাত আজি পুৱাৰেপৰা বৃহৎ উচ্ছেদ অভিযান

লখিমপুৰ জিলাত আজি পুৱাৰেপৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে। দেবেৰা দলনি, খ্ৰীষ্টান গাঁও আৰু ফুকনৰ হাট নামৰ গাঁও তিনিখনত অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬-ৰ পত্ৰণ বিধিৰ অধীনত উচ্ছেদ চলোৱা হৈছে। অঞ্চলকেইটাত অবৈধভাৱে বসবাস কৰা ২১৭ টা পৰিয়াললৈ প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছিল যদিও দখলকাৰীসকলে প্ৰশাসনৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।