June 9, 2025 1:07 PM June 9, 2025 1:07 PM
5
নাছাৰ কেনেডি মহাকাশ ষ্টেচনৰ পৰা AXIOM-4 মিছন কাইলৈ উৎক্ষেপণ কৰা হ’ব
নাছাৰ কেনেডি মহাকাশ ষ্টেচনৰ পৰা AXIOM-4 মিছন ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৫ বাজি ৫২ মিনিটত উৎক্ষেপণ কৰা হ'ব। এই অভিযানত ১৪ দিনৰ বাবে ভাৰত-আমেৰিকা পোলেণ্ড আৰু হাংগেৰীৰ ৪জন মহাকাশচাৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ল'-আর্থ অৰবিটলৈ প্ৰেৰণ কৰা হ'ব। ১৯৮৪ চনত ৰাকেশ শৰ্মাই মহাকাশ যাত্ৰা কৰাৰ পাছত ভাৰতৰ...