আঞ্চলিক সংবাদ

July 13, 2025 8:15 PM

views 12

ভোটদাতাৰ তালিকা বড়ো ভাষাত প্ৰকাশ কৰাৰ বাবে এবছুৰ দাবী উত্থাপন

বিটিচিৰ সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাতো প্ৰকাশ কৰাৰ বাবে সদৌ বড়ো ছাত্র সন্থা-এবছুৱে দাবী উত্থাপন কৰিছে। অসম চৰকাৰী ভাষা সংশোধনী আইন ২০২০ অনুসৰি এই ব্যৱস্থা লবলৈ সংগঠনটোৱে দাবী জনাইছে। কোকৰাঝাৰ জিলাৰ বডোফা নগৰত আয়োজিত এখন সংবাদমেলত এবছুৰ সভাপতি দীপেন বড়োৱে এই আহ্বান ...

July 13, 2025 8:07 PM

views 14

আই আই টি গুৱাহাটীৰ আজি ২৭ সংখ্যক সমাৱৰ্তন

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান – আই আই টি গুৱাহাটীৰ আজি ২৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমেৰিকাৰ ক্লেনচন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযন্তা বিভাগৰ দি হাউচাৰ বেংকছৰ অধ্যাপক ড° ৰাজেন্দ্ৰ সিং আৰু সন্মানীয় অতিথি হিচাপে ইণ্ডিয়ান নেচনেল একাডেমী অৱ...

July 13, 2025 8:05 PM

views 18

ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আক্ৰমণত ৩জন সদস্য নিহত

ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আজি হোৱা আক্ৰমণৰ ফলত সংগঠনটোৰ ৩ জন সদস্য নিহত হোৱা বুলি সংগঠনটোৰ সূত্ৰই প্ৰকাশ কৰিছে। সেনা বাহিনীয়ে ম্যানমাৰৰ সেনা বাহিনীৰ সহযোগত সংগঠনটোৰ শিবিৰত আক্ৰমণ চলোৱা বুলিও প্ৰকাশ কৰা হৈছে। এই আক্ৰমণত নয়ন অসম, গণেশ অসম আৰু প্ৰদীপ অসম নামৰ সদস্য কেইজনৰ মৃত্যু হোৱা বুলি সংগঠনট...

July 13, 2025 7:58 PM

views 32

গোলাঘাটৰ সৰুপথাৰত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্য চৰকাৰে বানপীড়িত ৰাইজক পাৰ্যমানে সকলো ধৰণৰ সহায় কৰিব বুলি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। তেওঁ গোলাঘাট জিলাৰ সৰুপথাৰত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ শিমলুচাপৰি প্ৰাথমিক বিদ্যালয়ত থকা আশ্রয় শিবিৰ পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে কিছু সময় পাৰ কৰে। ত...

July 13, 2025 1:46 PM

views 9

গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ অগ্ৰগতিক লৈ নতুন দিল্লীত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰ্যালয় আৰু ৰাজ্য চৰকাৰৰ বৈঠক; ডিচেম্বৰত উদ্বোধনৰ লক্ষ্য

সোণাপুৰত নির্মিয়মাণ গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ অগ্ৰগতিক লৈ কালি নতুন দিল্লীত ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰ্যালয় আৰু ৰাজ্য চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জয়পুৰ হাউছস্থিত ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰহালয়ত প্ৰায় দুঘণ্টা ধৰি হো...

July 13, 2025 1:45 PM

views 22

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা

শিক্ষা ব্যৱস্থাত মানৱীয় মূল্যবোধৰ সংযোজনে শিক্ষাৰ্থীসকলক নৈতিক আৰু মানৱীয় শক্তিৰে শক্তিশালী কৰি তোলাৰ লগতে এখন সুস্থ সমাজ গঢ় দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কালি নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱ...

July 13, 2025 1:40 PM

views 21

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত প্রথম গুৱাহাটী শিশু মহোৎসৱত যোগাসন, নাট, মূকাভিনয়, নৃত্যৰ কৰ্মশালা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত প্রথম গুৱাহাটী শিশু মহোৎসৱৰ কালি তৃতীয় দিনাৰ কাৰ্যসূচী আৰতি হাজৰিকাৰ যোগাসন প্রশিক্ষণেৰে মুকলি কৰা হয়। অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পী, ৰাজীৱ কুমাৰ সাউদ আৰু সোনম দেৱীয়ে না...

July 13, 2025 12:41 PM

views 9

বিটিচি নিৰ্বাচনৰ বাবে ২২ জুলাইত খচৰা ভোটৰ তালিকা প্ৰকাশ

অসম ৰাজ্যিক নির্বাচন আয়োগে সমাগত বিটিচি নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। আয়োগে ইতিমধ্যে ফটোযুক্ত ভোটাৰ তালিকা প্রস্তুত আৰু প্ৰকাশ কৰিবলৈ সময় নিৰ্ধাৰিত নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি অহা ২২ জুলাইত খচৰা ভোটৰ তালিকা প্ৰকাশ পাব। খচৰা ভোটাৰ তালিকা সম্পৰ্কীয় ওজৰ-আপত্তি...

July 13, 2025 12:39 PM

views 16

দৰং জিলাৰ পুনিয়াত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰকল্পৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ পুনিয়াত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ ছেপ্তেম্বৰৰ অসম ভ্ৰমণৰ সময়ত এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে প্রধানমন্ত্রীয়ে সেই...

July 13, 2025 12:37 PM

views 16

টিউটৰসকলক শিক্ষকলৈ ৰূপান্তৰ কৰিবলৈ বি এড আৰু টেট উত্তীৰ্ণ হ’ব লাগিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

টিউটৰসকলক শিক্ষকলৈ ৰূপান্তৰ কৰিবলৈ বি এড আৰু টেট উত্তীৰ্ণ হ'ব লাগিব। প্রাদেশীকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীকৰণৰ দাবীক লৈ হোৱা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এনে যোগ্যতা অর্জন নকৰা বাবে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগত ২৬ হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।