July 15, 2025 8:34 PM
18
ধুবুৰী জিলাত উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱৰ
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আজি ধুবুৰী জিলাত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। অভিলাষী জিলা হিচাপে ঘোষণা হোৱাৰ পাছত জিলাখন ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীয়ে অভিলাষী জিলা পৰিকল্পনাৰ মূল অংশীদাৰ সকলৰ সৈতে মত বিনিময় কৰে। তেওঁ জিলা আৱৰ্ত ভৱনৰ প্...