May 9, 2025 11:41 AM
10
‘অপাৰেচন সিন্দূৰ’ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰত কাইলৈ নিশা ৮.০২ বজাত বিশেষ দৃষ্টিপাত অনুষ্ঠান
সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অপাৰেচন সিন্দূৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত বায়ুসেনা বাহিনীৰ বিষয়া আৰু জ্যেষ্ঠ নাগৰিকসকলে এই অভিয...