আঞ্চলিক সংবাদ

May 10, 2025 11:52 AM

views 11

দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিতকৰণৰ বাবে চৰকাৰে কোনো ত্রুটি এৰা নাই

চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্রুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহে ৰাষ্ট্রীয় প্রস্তুতি আৰু আন্তঃমন্ত্ৰালয় সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্রীয় মন্ত্রী প্রহ্লা...

May 10, 2025 11:50 AM

views 15

জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান-কাৰ্যসূচী বাতিলৰ নিৰ্দেশনা জিলা প্ৰশাসনসমূহৰ

ভাৰত আৰু পাকিস্তানৰ মাজত আক্ৰমণ-প্রত্যাক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত বৰ্ধিত উত্তেজনাৰ মাজতে জিলা প্রশাসনসমূহে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু কাৰ্যসূচী আজিৰ পৰা বাতিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্রী ...

May 10, 2025 11:47 AM

views 13

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, জিলাসমূহত প্ৰস্তুতি সম্পূৰ্ণ

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। ইয়াৰ বাবে জিলাসমূহত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ জিলাত শান্তিপূর্ণভাৱে ভোটগণনাৰ বাবে তিনিঠাইত ভোটগণনা কক্ষ স্থাপন কৰা হৈছে। আমিনগাঁও আয়ুক্তৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু ৰঙিয়া সমজিলা কাৰ্যালয়ত ভোটগণনা কেন্দ্ৰ স্থাপন কৰ...

May 10, 2025 11:41 AM

views 19

আকাশবাণী গুৱাহাটীত আজি নিশা ৮.২০ বজাত ‘অপৰাচেন সিন্দূৰ’ সম্পৰ্কত বিশেষ দৃষ্টিপাত অনুষ্ঠান

সেনাবাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অপৰাচেন সিন্দূৰ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ কৰিবলগীয়া বিশেষ দৃষ্টিপাত অনুষ্ঠানৰ প্ৰথম অংশ আজি নিশা ৮ বাজি ২০ মিনিটৰ পৰা ৮ বাজি ৪৫ মিনিটলৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত গ্রুপ কেপ...

May 10, 2025 11:37 AM

views 5

সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীত প্রতিঘণ্টাই প্ৰচাৰিত ইংৰাজী-হিন্দী বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি

সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্রতিঘণ্টাই প্ৰচাৰিত ইংৰাজী আৰু হিন্দী বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ মহাবাহু শাখাত এই বাতৰিসমূহ ৰীলে কৰাৰ বাবে কেইবাখনো আঞ্চলিক বাতৰিৰ সময়সূচীৰ কেতবোৰ সাল সলনি ঘটোৱা হৈছে। সেই অনুসৰি পুৱা ৯ বজাত ...

May 10, 2025 11:35 AM

views 14

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পৰিষদীয় বৈঠকত ভোটদানৰ পৰা বিৰত ভাৰত

ভাৰতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (আই এম এফ)ৰ পৰিষদীয় বৈঠকত ভোটদান কৰাৰ পৰা বিৰত থাকে। বৈঠকত পাকিস্তানৰ বাবে নতুন বিত্তীয় পেকেজ মুকলি কৰাৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল। ভাৰতে পাকিস্তানৰ পূৰ্বৰ দুৰ্বল কাৰ্যকলাপৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত আই এম এফৰ কাৰ্যসূচীৰ কার্যকাৰিতাক লৈ উদ্বেগ প্রকাশ কৰে। ভাৰতে লগত...

May 10, 2025 11:38 AM

views 7

উত্তৰ আৰু পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ অহা ১৪ মে’লৈ সাময়িকভাৱে বন্ধ

ভাৰতীয় বিমান প্ৰাধিকৰণে সকলো অসামৰিক বিমান সঞ্চালনৰ বাবে অহা ১৪ মে'লৈ উত্তৰ আৰু পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ সাময়িকভাৱে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। গুৰুত্বপূৰ্ণ স্থানসমূহৰ ভিতৰত অমৃতসৰ, চণ্ডীগড়, জম্মু, শ্ৰীনগৰ, ভূজ, জামনগৰ, জয়চলমেৰ, পাঠানকোট আৰু আন কেইবাটাও স্থানৰ বিমানবন্দৰ আছে। ইপিনে, দিল্লীৰ ই...

May 10, 2025 11:23 AM

views 9

মুম্বাইত বিভিন্ন সংস্থাৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰ্যালোচনা বৈঠক

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মুম্বাইত বিভিন্ন সংস্থাৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ সামুদ্রিক প্রকল্পসমূহৰ যাৱতীয় দিশৰ বুজ লয় আৰু ব্যৱসায় স্বাভাৱিক হৈ থকাটো...

May 9, 2025 9:13 PM

views 14

সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱাৰ সময়সূচীৰ সালসলনি

সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰতিঘণ্টাই প্ৰচাৰিত ইংৰাজী আৰু হিন্দী বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ মহাবাহু শাখাত এই বাতৰিসমূহ ৰীলে কৰাৰ বাবে আমাৰ কেন্দ্ৰৰ কেইবাখনো আঞ্চলিক বাতৰিৰ সময়সূচীৰ কেতবোৰ সাল সলনি ঘটোৱা হৈছে। সেই অনুসৰ...

May 9, 2025 9:10 PM

views 19

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্রুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহে ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃমন্ত্ৰালয় সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্র...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।