আঞ্চলিক সংবাদ

May 11, 2025 11:31 AM

views 33

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ উপৰি নগাঁও জিলাৰ আমচৈত এজন লোকৰ প্রাণহানি হয়। আমচৈৰ নকুচি বাগানত বিদ্যুৎ পৰিবাহী খুটা বাগৰি পৰাৰ ফলত ৰাজেশ্বৰ তাঁতী নামৰ লোকজনৰ মৃত্যু হয়। মৰিগাঁও জিলাব শোলমাৰীত ধুমুহাত গছৰ ডাল ভাগি পৰাব ফলত এজন লোক গুৰুত...

May 11, 2025 11:26 AM

views 11

গুৱাহাটী মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ  অভিলাষী প্রকল্প উদ্বোধন

গুৱাহাটী মহানগৰবাসীৰ পৰা এতিয়াৰে পৰা পাইপ যোগে প্রাকৃতিক গেছ সুলভ হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ এই অভিলাষী প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত গীতানগৰ অঞ্চলৰ ১০১টা পৰিয়ালক ...

May 11, 2025 11:20 AM

views 19

শান্তি, সমন্বয় আৰু উন্নয়ন বৰ্তমান ৰাজ্য চৰকাৰখনৰ সাফল্যৰ তিনিটা অন্যতম স্তম্ভ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

শান্তি, সমন্বয় আৰু উন্নয়ন বৰ্তমান ৰাজ্য চৰকাৰখনৰ সাফল্যৰ তিনিটা অন্যতম স্তম্ভ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুর্থ বর্ষপূর্তি উপলক্ষে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলত বিগত ৪টা বছৰত এই তিনিটা বিষয় অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্...

May 11, 2025 11:13 AM

views 18

ৰাজ্যৰ ২৭ খন জিলাত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা চলি আছে

ৰাজ্যৰ ২৭ খন জিলাত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা চলি আছে। ২১৯২০ খন গাঁও পঞ্চায়ত, ২১৯১ খন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ৩৯৭টা সদস্য পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৱশ্যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ব...

May 10, 2025 8:36 PM

views 15

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিক ৰূপে কাম-কাজ চলি আছে : কৰ্তৃপক্ষ

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা সম্পূৰ্ণ স্বাভাৱিক ৰূপে কাম-কাজ চলি আছে। বিমানবন্দৰৰ জনসম্পৰ্কৰক্ষী বিভাগে আকাশবাণীলৈ পঠোৱা এটা বিবৃতিত কয়, যে সাম্প্ৰতিক পৰিস্থিতিত বর্ধিত নিৰাপত্তাজনিত ব্যৱস্থাৰ বাবে যাত্ৰীসকলে বিমানবন্দৰত পূৰ্বতকৈ অধিক সময় দিবলগীয়া হোৱা হেতুকে তেওঁ...

May 10, 2025 8:33 PM

views 9

পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি সম্পূর্ণ

পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোট গণনাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰিছে। লক্ষীমপুৰ জিলা প্ৰশাসনে উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভোটগণনাৰ বাবে সকলো ব্যৱস্থা লৈছে। জিলাখনৰ ১৫খন জিলা পৰিষদ, ৬০ খন আঞ্চলিক পঞ্চায়ত আৰু ৫৭৪ টা ৱাৰ্ড সদস্য পদৰ বাবে হো...

May 10, 2025 8:28 PM

views 28

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে সংবাদমেল

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ দিনা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি বিগত ৪টা বছৰত তিনিটা বিষয় অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই সময়ছোৱাত ৰাজ্যখনত কোনো অশান্তিকৰ পৰিৱেশৰ সূচনা হোৱা নাই। ৰাজ্যৰ জনগোষ্ঠীয় লোকসক...

May 10, 2025 12:22 PM

views 35

বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৰোগীৰ পৰীক্ষাৰ ৰিপ’ৰ্ট সংগ্ৰহৰ বিশেষ ব্যৱস্থা

বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৰোগী বা পৰিয়ালৰ লোকে ৰোগীৰ পৰীক্ষাৰ ৰিপ'ৰ্ট সংগ্ৰহ কৰাত সহায়ক হোৱাকৈ হাস্পতাল কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াৰে পৰা হাস্পতালখনত চিকিৎসাধীন ৰোগীৰ  পৰীক্ষাৰ ৰিপ'ৰ্টসমূহ ৰোগীজন ভৰ্তি হৈ থকা বিছনাত গৈ চিকিৎসাকৰ্মীয়ে প্ৰদান কৰিব। বৰপেটা মেডিকেল কলে...

May 10, 2025 11:58 AM

views 27

নিয়ন্ত্ৰণৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাৰামুল্লাৰ পৰা ভূজলৈকে ২৬টা স্থানত পাকিস্তানে চলোৱা ড্রোন আক্ৰমণ প্ৰতিহত ভাৰতৰ

পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাৰামুল্লাৰ পৰা ভূজলৈকে প্ৰায় ২৬টা স্থানক লক্ষ্য কৰি যোৱানিশা পাকিস্তানে চলোৱা ড্রোন আক্ৰমণ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে প্ৰতিহত কৰে। এই ড্রোনসমূহৰ ভিতৰত অসামৰিক তথা সামৰিক ঘাটিৰ বাবে ভাবুকি সৃষ্টি কৰিব পৰা ড্রোনো আছিল। প্ৰতিৰক...

May 10, 2025 11:56 AM

views 8

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৬টা স্থানত বৃহস্পতিবাৰে পুৱতি নিশাৰে পৰা শক্তিশালী কামান আৰু প্ৰায় ৪০০টা ড্রোনেৰে আক্রমণ পাকিস্তানৰ

পাকিস্তানে বৃহস্পতিবাৰে পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ জম্মু আৰু কাশ্মীৰৰ লে'হৰ পৰা গুজৰাটৰ চাৰ ক্ৰিকলৈকে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৬টা স্থানত শক্তিশালী কামান আৰু প্ৰায় ৪০০টা ড্রোনেৰে আক্রমণ চলায়। ভাৰতীয় সশস্ত্র বাহিনীসমূহে ইয়াৰে বহুকেইটা ড্রোন ধ্বংস কৰিবলৈ সমৰ্থ হয়। নতুন দিল্লীত কালি সাংবাদ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।