আঞ্চলিক সংবাদ

May 31, 2025 9:00 PM

views 23

ৰাজ্যত বিমান সংযোগ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ইণ্ডিগো বিমান সেৱা কৰ্তৃপক্ষৰ সৈতে ৰাজ্যত বিমান সংযোগ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে এই আলোচনাকালত বিমান সেৱা প্ৰদানকাৰী প্রতিষ্ঠানটোক শিলচৰ, ডিব্ৰুগড় আৰু উত্তৰ লখিমপুৰলৈ বিমান সংযোগ বৃদ্ধি কৰাৰ বাবে আহ্বান জনায়। এই বৈঠকৰ পাছত ইণ্ডিগো...

May 31, 2025 8:53 PM

views 52

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে। বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা, কামৰূপ মহানগৰ জিলা, কামৰূপ, মৰিগাঁও, নলবাৰী, কাছাৰ, ডিমা হাচাও, হাইলাকান্দি, শ্রীভূমি আদি কেইবাখনো জিলাত নিশাপর্...

May 31, 2025 8:38 PM

views 19

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যত ধাৰাষাৰ বৰষুণৰ বাবে জনজীৱন বিপৰ্য্যস্ত

উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰকে ধৰি প্ৰায়কেইখন ৰাজ্যত ধাৰাষাৰ বৰষুণৰ বাবে জনজীৱন বিপৰ্য্যস্ত হৈছে। অৰুণাচল প্ৰদেশ আৰু মিজোৰামত নেৰানেপেৰাকৈ হোৱা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। অৰুণাচলৰ পূৱ কামেং জিলাত বান আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হৈছে। জিলাখ...

May 31, 2025 1:25 PM

views 13

অশোধিত পাম তেল, চয়াবিন তেল, সূর্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১০ শতাংশলৈ হ্ৰাস

কেন্দ্ৰীয় চৰকাৰে অশোধিত পাম তেল, অশোধিত চয়াবিন তেল আৰু অশোধিত সূর্যমুখী তেলৰ ওপৰত আৰোপিত বুনিয়াদী সীমা শুল্ক ১০ শতাংশলৈ হ্ৰাস কৰিছে। খোৱা তেলৰ খুচুৰা মূল্য হ্ৰাস কৰা আৰু প্ৰ-সংস্কৰণৰ সৈতে জড়িত ঘৰুৱা উদ্যোগিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে সীমা...

May 31, 2025 1:23 PM

views 23

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা বাৰুকৈয়ে ব্যাহত হৈছে। অসমত নেৰা-নেপেৰাকৈ হোৱা ধাৰাষাৰ বৰষুণ আৰু বতাহৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। গুৱাহাটীত কালি ভালেমান অংশ জলমগ্ন হৈ পৰে আৰু জনসাধাৰণৰ দৈনন্দিন জীৱন স্তব্ধ...

May 31, 2025 12:27 PM

views 14

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত জনজীৱন বিপৰ্যস্ত, গুৱাহাটীত ভূমিস্খলনত ৫জন লোকৰ মৃত্যু

বংগোপ সাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইৰ জনজীৱন বিপর্যস্ত হৈ পৰিছে। গুৱাহাটীত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত বৰ্তমানলৈকে শিশু আৰু মহিলাসহ ৫জন লোকৰ মৃত্যু হৈছে। গুৱাহাটী মহানগৰীত বানে জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত...

May 31, 2025 12:23 PM

views 21

জটিল বান পৰিস্থিতিৰ বাবে আজি গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধ

জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান আজি বন্ধ থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিছপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয়, যে কামৰূপ মহানগৰ আৰু কামৰূপৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ বাবে নৈমিত্তিক ছুটী দিয়া হৈছে। স...

May 31, 2025 12:20 PM

views 15

ডিব্ৰুগড় জিলাত বাৰিষাৰ সময়ত হ’ব পৰা ক্ষয়-ক্ষতি প্ৰশাসনক অৱগত কৰাৰ বাবে হেল্পলাইন নম্বৰ মুকলি

ডিব্ৰুগড় জিলা প্রশাসনে বাৰিষাৰ সময়ছোৱাত মথাউৰিত হ'ব পৰা যিকোনোধৰণৰ ক্ষয়-ক্ষতি যেনে মথাউৰি ছিগা তথা ফাটমেলা, মথাউৰিৰ ওপৰেৰে পানী বাগৰা ইত্যাদি সম্বন্ধীয় যিকোনো খবৰ তাৎক্ষণিকভাৱে প্ৰশাসনক অৱগত কৰিবলৈ জিলা জৰুৰীকালীন নিয়ন্ত্রণ কক্ষৰ হেল্পলাইন নম্বৰ ৰাইজৰ বাবে মুকলি কৰিছে। জনসাধাৰণে ৯৪৩৫-৩৫৮৩৭১ ম'ব...

May 31, 2025 12:19 PM

views 15

বোকাখাতৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ

ৰাজ্য চৰকাৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি বোকাখাতৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে খহনীয়াগ্ৰস্ত অঞ্চলত পাৰ্কুপাইন, জিঅ’বেগ আদিৰে খহনীয়া ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় বিষয়াক নির্দেশ দিয়ে।

May 31, 2025 12:15 PM

views 27

ৰাজ্যত বিদেশি বুলি ঘোষিত কোনো লোককে থকাৰ অনুমতি দিয়া নহ’ব আৰু তেওঁলোকক বহিষ্কাৰ কৰা হ’বঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

ৰাজ্যত বিদেশি বুলি ঘোষিত কোনো লোককে থকাৰ অনুমতি দিয়া নহ'ব আৰু তেওঁলোকক বহিষ্কাৰ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। কালি দিছপুৰ এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিদেশী বুলি ঘোষিত প্রায় ৩০ হাজাৰ লোক নিৰুদ্দেশ হৈ আছে আৰু এই লোকসকলক বিচাৰি বিতাড়ণ কৰাটো ৰাজ্য চৰকা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।