June 1, 2025 9:17 PM
34
অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে অহা বুধবাৰলৈ কেৰালাৰ মাহে আৰু কৰ্ণাটকত বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তদুপৰি জম্মু, কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফ্ফ্ফৰবাদ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্...