আঞ্চলিক সংবাদ

May 31, 2025 12:12 PM

views 62

ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত হিচাপে অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই কাইলৈ কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই কাইলৈ ৰাজ্যিক নির্বাচন আয়োগৰ আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। শ্ৰী শৰ্মাই ৬৫ বছৰ বয়সলৈ এই পদত কাৰ্যনিৰ্বাহ কৰিব। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কালি এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে। ৰঞ্জন শৰ্মা অৱসৰৰ পাছত মুখ্যমন্ত্ৰী সচিবালয় আৰু ৰ...

May 31, 2025 12:17 PM

views 22

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ

মুম্বাই ইণ্ডিয়ানছে যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলত গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গুজৰাট টাইটানছে ২০ অভাৰত ৬টা উইকেটৰ ...

May 31, 2025 12:07 PM

views 15

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা ৮ বাজি ২ মিনিটৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা’ শীৰ্ষক বিশেষ আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌ-বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন ...

May 30, 2025 8:33 PM

views 19

কোকৰাঝাৰত ১৬৫ গৰাকী বড়ো লোকশিল্পীলৈ সম্বর্ধনা

কোকৰাঝাৰৰ চানমাৰিত থকা বডোফা সাংস্কৃতিক প্রকল্পত আজি ১৬৫ গৰাকী বড়ো লোক শিল্পীক সম্বর্ধনা জনোৱা হয়। নতুন দিল্লীত বাগৰুম্বা আৰু আন বড়ো জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা শিল্পীসকলক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দুলাৰাই বড়ো হাৰিমু আফাড, বড়ো অনাতাঁৰ আ...

May 30, 2025 8:27 PM

views 25

বেয়া বতৰৰ বাবে বৰঝাৰ বিমান বন্দৰত কেইবাখনো বিমান যাত্ৰাৰ চলাচল বিলম্ব

বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত হোৱা বৰষুণ আৰু বতাহৰ ফলত আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ চলাচল কৰা কেইবাখনো বিমানৰ যাত্ৰাত বিলম্ব ঘটে। কেইবাখনো বিমান গুৱাহাটীৰ পৰিৱৰ্তে আন বিমানবন্দৰলৈ পঠিয়াবলগীয়া হয়। আজি দিল্লী, চেন্নাই আৰু লক্ষ্ণৌৰ পৰা গুৱাহাটীলৈ অহ...

May 30, 2025 8:17 PM

views 24

গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান কাইলৈ বন্ধ থাকিব : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান কাইলৈ বন্ধ থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিছপুৰত আজি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শর্মাই লগতে কয়, যে কামৰূপ মহানগৰ আৰু কামৰূপৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাইলৈৰ বাবে বিশেষ ছুটী দিয়া হৈছে। সম...

May 30, 2025 8:13 PM

views 17

ৰাজ্যত প্ৰৱল বৰষুণৰ ফলত বিভিন্ন ঠাইৰ জনজীৱন বিপর্যস্ত

বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপৰ প্ৰভাৱত সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতত কালিৰে পৰা হোৱা প্ৰৱল বৰষুণৰ ফলত অসমৰো বিভিন্ন ঠাইৰ জনজীৱন বিপর্যস্ত হৈ পৰিছে। শিলচৰ আৰু হাটশিঙিমাৰিকে ধৰি দক্ষিণ অসম, মধ্য আৰু পশ্চিম অসমৰ বিভিন্ন জিলাত যোৱা ২৪ ঘণ্টাত ৭ চেণ্টিমিটাৰৰ পৰা ৮ চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ ৰেকৰ্ড ক...

May 30, 2025 11:52 AM

views 13

ৰাজ্যত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ মূল্যায়ন আৰু নতুন উদ্যমৰ পৰিকল্পনা চূড়ান্তৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ মূল্যায়ন আৰু দুৰ্বল শ্ৰেণীৰ সহায়ৰ লক্ষ্যৰে গ্ৰহণ কৰিবলগীয়া নতুন উদ্যমৰ পৰিকল্পনা চূড়ান্ত কৰাৰ উদ্দেশ্যে কালি এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে হোৱা বৈঠকত ড০ শৰ্মাই অৰুণোদয় আঁচনি...

May 30, 2025 11:50 AM

views 17

মহাবিদ্যালয়সমূহক বিনামূলীয়া নামভৰ্তিৰ বাবে ৰেচন কাৰ্ডক আয়ৰ প্ৰমাণ-পত্ৰ হিচাপে গ্ৰহণ কৰিবলৈ, কোনো মাচুল নল’বলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ লোকসেৱা ভৱনৰ পৰা ভিডিঅ' কনফাৰেন্সিংযোগে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ২০২৫-২৬ শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া নামভর্তি আঁচনি, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ লগতে প্ৰজ্ঞান ভাৰতী আঁচ...

May 30, 2025 11:49 AM

views 27

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূমিবিবাদ নিষ্পত্তিৰ বাবে অহা ২ জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূমিবিবাদ নিষ্পত্তিৰ বাবে অহা ২ জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। মেঘালয়ৰ মুখ্য সচিব ড’নাল্ড ফিলিপ্‌ছ ৱাহ লাঙে কালি কয়, যে এই বৈঠকত দুয়োখন ৰাজ্যৰ বিবদমান সীমান্তৱৰ্তী অঞ্চলৰ ছটা এলেকা সন্দৰ্ভত এতিয়ালৈ সমাধান নোহোৱা বিষয়বোৰ বুজাবুজিৰ মাজ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।