আঞ্চলিক সংবাদ

June 3, 2025 1:36 PM

views 31

শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ জিলাখনত উপস্থিত মুখ্যমন্ত্ৰী

শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি জিলাখনত উপস্থিত হৈছে। তেওঁ শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ সৈতে কথা পাতে। মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে মন্ত্ৰী কৌশিক ৰায়, কৃষ্ণেন্দু পাল আদ...

June 3, 2025 1:29 PM

views 23

অসমৰ শেহতীয়া বান পৰিস্থিত সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ টেলিফোনিক বার্তালাপ

অসমৰ শেহতীয়া বান পৰিস্থিত সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বার্তালাপত মিলিত হয়। বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ভালেসংখ্যক লোকৰ ওপৰত পৰা ইয়...

June 3, 2025 1:21 PM

views 26

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি আজি অৰুণাচল প্ৰদেশ, পূব ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, কেৰালা, মাহে, গোৱা, পঞ্জাৱ, উত্তৰাখণ্ড আদি অঞ্চলতো মুষলধাৰ বৰষুণ হ'ব পাৰে। ই...

June 3, 2025 1:14 PM

views 40

ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়া বান পৰিস্থিতিৰ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ ২২ খন জিলাৰ ৫ লাখ ১৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত শেহতীয়া বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত ডিব্ৰ...

June 3, 2025 1:07 PM

views 26

বানৰ কবলত পৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্য প্রাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰাত বন্য প্রাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। উদ্যানখনৰ ২৩৩ টা বন শিবিৰৰ ৫৩ টা বন শিবিৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে। বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। হালধীবাৰী মালানি অঞ্চলত থকা পহুৰ জাকে উচ্চ স্থান বিচাৰি কাৰ্বি...

June 3, 2025 1:05 PM

views 27

অসমৰ লগতে উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াৰ জটিল ৰূপ ধাৰণ

অসমৰ লগতে উত্তৰ-পূবৰ প্ৰায়কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। ছিকিমত প্রবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত তিনিজন সেনা বাহিনীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে ছজন লোক সন্ধানহীন হৈ আছে। উত্তৰ ছিকিমত লাচুং আৰু চুংথাঙত আবদ্ধ হৈ পৰা এহেজাৰ ৬৭৮ গৰাকী পৰ্যটকক কালি নিৰাপ...

June 3, 2025 1:02 PM

views 14

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা অম্বুবাচী মহা যোগ অনুষ্ঠিত হ'ব। ২২ জুনৰ বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। ২৫ জুনৰ শেষ নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি হ'ব। ২৬ জুনৰ পুৱা ৰীতি-নীতিৰে দেৱীৰ স্নান পৰ্ব, নিত্য পূজা সমাপনৰ পাছত ভক্তৰ বাবে মন্দিৰৰ ...

June 3, 2025 12:56 PM

views 20

অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে দুয়োখন চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ

অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে সীমা এলেকাৰ পাঁচটা অঞ্চলত অহা ১৫ আগষ্টৰ পূৰ্বে খুঁটা পোতাৰ বাবে দুয়োখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অসম আৰু মেঘালয়ৰ মাজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত...

June 2, 2025 9:22 PM

views 33

কাৰ্বি আংলঙৰ দলদলী সংৰক্ষিত বনাঞ্চলত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কাৰ্বি আংলং জিলাৰ দলদলী সংৰক্ষিত বনাঞ্চলত দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন কৰিছে। উত্তম বোথাৰি নামৰ এজন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীকৰণে অসম চৰকাৰৰ প্ৰধান মুখ্য বনসংৰক্ষক কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰ...

June 2, 2025 9:21 PM

views 27

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে। আভ্যন্তৰীণ জন পৰিবহণ বিভাগে এটা নির্দেশ যোগে এই কথা প্ৰকাশ কৰিছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।