আঞ্চলিক সংবাদ

June 3, 2025 7:45 PM

views 11

বাক্সাৰ শালবাৰীত সমষ্টিটোৰ পাৰিষদ জয় মুছাহাৰীৰ দুটা পথৰ আধাৰশিলা

বাক্সা জিলাৰ শালবাৰীত আজি সমষ্টিটোৰ পাৰিষদ জয় মুছাহাৰীয়ে দুটা পথৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ Good will আঁচনিৰ অধীনত এই পথ দুটা শালবাৰী পৰিষদীয় সমষ্টিৰ গোৱৰ্ধনা আনন্দবজাৰ গড়কাপ্টানী পথৰ পৰা কৈমাৰীলৈ আৰু মৈৰাজাৰ চ'কৰ পৰা মৈৰাজাৰ গাঁৱলৈ নিৰ্মাণ কৰা হ'ব। পথ দুটা নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভ...

June 3, 2025 7:41 PM

views 25

দীপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী আৰু এটা কাৰ্যকালৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

দীপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী আৰু এটা কাৰ্যকালৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰূপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আজি কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জাওলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিনিধি সভাত সংগঠনটোৰ নতুন কেন্দ্রীয...

June 3, 2025 8:10 PM

views 64

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষ অভিনন্দন আছুৰ

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মেধাৱী ছাত্ৰ- ছাত্ৰীসকলৰ উপৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীসকল...

June 3, 2025 7:25 PM

views 32

বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি বানপীড়িত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বুজ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰি বানপীড়িত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বুজ লয়। মুখ্যমন্ত্রীয়ে জিলাখনৰ বানৰ কৱলত পৰা কেইবাটাও এলেকা পৰিদৰ্শন কৰাৰ উপৰি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, নর্মাল স্কুল, কেন্দ্রীয় বিদ্যালয়, কচমিক মার্কেট মালিনী বিল,...

June 3, 2025 7:14 PM

views 40

প্রধানমন্ত্ৰী মোদীৰ দৰং জিলা ভ্ৰমণ সন্দৰ্ভত মঙলদৈত চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ দিলীপ শ‍ইকীয়াৰ পর্যালোচনা বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ছেপ্তেম্বৰ মাহৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণ সন্দৰ্ভত ৰাজ্যৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই কালি মঙলদৈত এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত অহা ৮ ছেপ্তেম্বৰত কুৰুৱা-নাৰেংগী দলং আৰু গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন...

June 3, 2025 7:04 PM

views 33

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপত অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লয়। আজি আগবেলা প্রধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে হোৱা টেলিফোন বাৰ্তালাপত বানত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰসংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি ...

June 3, 2025 1:45 PM

views 25

চামছুল ইছলামক আদালতত হাজিৰ কৰোৱাই ৫ দিনৰ বাবে নিজৰ জিম্মাত যোৰহাট আৰক্ষীৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত যোৰহাটৰ সেনা চাউনীৰ পৰা গ্ৰেপ্তাৰ কৰা ধুবুৰীৰ বিলাসীপাৰা খাচবাৰীৰ চামছুল ইছলামক কালি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই ৫ দিনৰ বাবে নিজৰ জিম্মাত লৈছে। আৰক্ষীয়ে লোকজনে ব্যৱহাৰ কৰা ম'বাইল ফোনটো জব্দ কৰিছে। সেনা চাউনীত এগৰাকী ঠিকাদাৰৰ অধীনত কাম কৰা লোকজনে পাকিস্তানৰ...

June 3, 2025 1:44 PM

views 27

প্রধানমন্ত্ৰীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা অনুষ্ঠিত

দৰং জিলাত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়, ৰিংৰোড আদিৰ আধাৰশিলা স্থাপনৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, দৰং-ওদালগুৰিৰ সাংসদ দি...

June 3, 2025 1:42 PM

views 11

আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰে। তেওঁ বিদায়ী সভাপতি ভূপেন বৰাই দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে।...

June 3, 2025 1:39 PM

views 22

ডিব্ৰুগড় জিলাৰ বিধানসভা সমষ্টি আৰু ৰাজহ চক্ৰৰ অধীনৰ ৬৬ খন গাঁও বৰ্তমানলৈকে বানত প্লাবিত

ডিব্ৰুগড় জিলাৰ বিধানসভা সমষ্টি আৰু ৰাজহ চক্ৰৰ অধীনৰ মৰাণ, ডিব্ৰুগড় পূব, তিংখং, নাহৰকটীয়া, টেঙাখাট আৰু ডিব্ৰুগড় পশ্চিমৰ প্ৰায় ৬৬ খন গাঁও বৰ্তমানলৈকে প্লাবিত হৈছে। ইয়াৰ ফলত ২০ হাজাৰ ১৭৯ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় এহেজাৰ ৬০২ দশমিক ৭-৮ হেক্টৰ শস্যভূমিৰ ক্ষতি হৈছে। ডিব্ৰুগড় জিলা প্রশাসনে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।