May 9, 2025 9:10 PM May 9, 2025 9:10 PM
5
স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক
চৰকাৰে দেশৰ অত্যাৱশ্যকীয় সেৱা আৰু ব্যৱস্থাসমূহ সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰাৰ বাবে কোনো ত্রুটি এৰা নাই। ৰাষ্ট্ৰীয় সুৰক্ষাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগসমূহে ৰাষ্ট্ৰীয় প্ৰস্তুতি আৰু আন্তঃমন্ত্ৰালয় সহযোগিতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্র...