ডাউনলোড
মোবাইল এপ

android apple
signal

May 9, 2025 11:58 AM | cm on bihu

printer

বর্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিহু অনুষ্ঠানসমূহ কাইলৈৰ পৰা বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

বর্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিহু অনুষ্ঠানসমূহ বাতিল কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে কাইলৈৰ পৰা বিহুৰ সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক অনুৰোধ জনাইছে।

অধিক পঢ়ক

সকলো চাওক