আঞ্চলিক সংবাদ

May 28, 2025 12:04 PM May 28, 2025 12:04 PM

views 5

ৰাজ্যৰ ২৬খন জিলাৰ ৩,২৫০খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি কাইলৈৰ পৰা বিকশিত কৃষি সংকল্প অভিযান

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কাইলৈৰ পৰা ১২ জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে- দেশৰ ৭০০খন জিলাৰ প্ৰায় ডেৰ কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি ল...

May 28, 2025 12:02 PM May 28, 2025 12:02 PM

views 8

চলিত বছৰত প্ৰকাশ পাব দেউৰী-অসমীয়া-ইংৰাজী অভিধান

অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ ভাষাটো সুৰক্ষিত কৰাৰ বাবে ১০ হাজাৰ শব্দ সামৰি দেউৰী-অসমীয়া-ইংৰাজী অভিধান চলিত বছৰতে প্ৰকাশ পাব। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা চমুকৈ এবিলেকে এই ত্রিভাষিক অভিধানখন প্ৰস্তুত কৰাৰ বাবে শেষৰখন কৰ্মশালাৰ আয়োজন কৰিছে। ২০১৩ চনতে এই অভিধানখন প্ৰণয়ন কৰাৰ কাম আৰম্ভ হ...

May 28, 2025 12:00 PM May 28, 2025 12:00 PM

views 2

বিশ্বনাথ জিলাৰ কৃষকসকলক প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা কৰিবলৈ জিলা কৃষি বিভাগৰ আহ্বান

কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিশ্বনাথ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য বীমা কৰোৱা কৃষকসকলৰ শস্য, প্রাকৃতিক দুর্যোগ অথবা কীট-পতংগই অনিষ্ট কৰিলে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিয়া হ'ব। এই আঁচন...

May 28, 2025 11:58 AM May 28, 2025 11:58 AM

views 9

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আয়ুক্তৰ সভাপতিত্বত শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ সভা

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আয়ুক্তৰ সভাপতিত্বত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত শিক্ষা বিভাগৰ এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ চাহ বাগিচা অঞ্চলত অৱস্থিত ২৩০ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রধানমন্ত্রী চাহ শ্রমিক প্রোৎসাহন যোজনাৰ অধীনত পুঁজিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। স...

May 28, 2025 11:56 AM May 28, 2025 11:56 AM

views 5

চৰাইদেউৰ সোণাৰি বিধানসভা সমষ্টিৰ ১৮৮ গৰাকী ৰোগীৰ মাজত মুখ্যমন্ত্রী চিকিৎসা সাহায্য পুঁজিৰ চেক বিতৰণ

চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ ১৮৮ গৰাকী ৰোগীৰ মাজত মুখ্যমন্ত্রী চিকিৎসা সাহায্য পুঁজিৰ অধীনত কালি আর্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত আয়োজিত এটা অনুষ্ঠানত এই চেকসমূহ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত চৰাইদেউ জিলা বিজেপিৰ সভানেত্রী নিতুমণি প্ৰধানৰ লগতে আন ...

May 28, 2025 10:38 AM May 28, 2025 10:38 AM

views 6

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৬৯গৰাকী ব্যক্তিক পদ্ম সন্মান প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত পদ্ম সন্মান প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত ৬৯ গৰাকী ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰে। অনুষ্ঠানত ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৯ গৰাকীক পদ্ম ভূষণ আৰু ৫৭ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। প্ৰাক্তন মুখ্য ন্যায়...

May 28, 2025 10:35 AM May 28, 2025 10:35 AM

views 9

দেশত কাইলৈৰ পৰা বিকশিত কৃষি সংকল্প অভিযান

দেশত কাইলৈ বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত ওড়িশাৰ পুৰীৰ পৰা এই অভিযান আৰম্ভ কৰা হ'ব। অহা ১২ জুনলৈ চলিবলগীয়া এই অভিযানত সমগ্ৰ দেশৰ ৭০০ৰো অধিক জিলা সামৰি লোৱা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ...

May 28, 2025 10:30 AM May 28, 2025 10:30 AM

views 10

চলিত বৰ্ষৰ ২৮ জুনৰ পৰা ভাৰতীয় ৰেলৱেৰ ‘ভাৰত-ভূটান মিষ্টিক মাউণ্টেইন ট্যুৰ’

ভাৰতীয় ৰেলৱে চলিত বৰ্ষৰ ২৮ জুনৰ পৰা হ'বলগীয়া ৰোমাঞ্চকৰ 'ভাৰত-ভূটান মিষ্টিক মাউণ্টেইন ট্যুৰ' উপলক্ষে  ভাৰত গৌৰৱ শীত তাপ নিয়ন্ত্ৰিত পৰ্যটন ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেলৱে ব'ৰ্ডৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে আকাশবাণী নিউজৰ সৈতে হোৱা কথা-বতৰাত কয় যে দিল্লীৰ চফদৰজং ষ...

May 28, 2025 10:26 AM May 28, 2025 10:26 AM

views 7

আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰপ্ৰাপ্ত অধিনায়ক জিতেশ শৰ্মাৰ ৮৫ আৰু বিৰ...

May 27, 2025 8:05 PM May 27, 2025 8:05 PM

views 14

লংকাৰ দুই নম্বৰ ৰে’ল গে’টৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণ সেতুখন অহা ৩১ আগষ্টৰ ভিতৰত মুকলি

হোজাই জিলা আয়ুক্তই লংকাৰ দুই নম্বৰ ৰে'ল গে’টৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণ সেতুখন অহা ৩১ আগষ্টৰ ভিতৰত মুকলি কৰি দিয়া হ'ব বুলি আশ্বাস দিছে। উল্লেখযোগ্য যে বিগত ৭-৮ বছৰ ধৰি লংকা চহৰলৈ প্ৰৱেশ কৰা মূল পথৰ দুই নম্বৰ ৰে'ল গে’টৰ ওপৰত উৰণ সেতুখন নিৰ্মাণ হৈ আছে। উৰণ সেতুখন লেহেমীয়া গতিত নিৰ্মাণ হৈ থকা পৰিপ্ৰেক...