June 30, 2025 6:51 PM
47
১৮৮২ চনত গঠন হোৱা শিলচৰ পৌৰসভা আজি পৌৰ নিগম হিচাপে স্বীকৃত
১৮৮২ চনত গঠন হোৱা শিলচৰ পৌৰসভা আজি পৌৰ নিগম হিচাপে স্বীকৃত হয়। পৌৰ সভাখনৰ ২৮ টা ৱাৰ্ডক ৪২ টালৈ বৃদ্ধি কৰি পৌৰ নিগম গঠন কৰিবলৈ অক্টোবৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ২০২২ চনৰ নৱেম্বৰ মাহত শিলচৰ পৌৰ সভাক নিগম হিচাপে গঠন কৰাৰ বিষয়ে ঘোষণা কৰা হৈছিল। যোৱা বছৰ এই ঘোষণাৰ পৰিপ্ৰেক্ষিতত শিলচৰ পৌৰ নিগম গঠনৰ ...