আঞ্চলিক সংবাদ

June 28, 2025 9:37 PM

views 17

কামাখ্যা মন্দিৰত সপৰিয়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা; সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যা মন্দিৰলৈ হ’ব ৰ’পৱে

অম্বুবাচী মহাযোগৰ নিবৃত্তিৰ পাছত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সপৰিয়ালে কামাখ্যা মন্দিৰ দৰ্শন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইবছৰ অম্বুবাচী মহাযোগ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পৰ্যটন বিভাগ, মন্দিৰ পৰিচালনা সমিতিৰ লগতে পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো ধন্যবাদ জনায়। মন্দিৰ পৰিদৰ্শনৰ অন্তত মু...

June 27, 2025 12:51 PM

views 35

মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ মানহানি গোচৰ ৰুজু

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাই এটা মানহানি গোচৰ ৰুজু কৰিছে। ডিব্ৰুগড়ত কংগ্ৰেছৰ এখন সভাত মীৰা বৰঠাকুৰ গোস্বামীয়ে ৰিণিকী ভূঞা শৰ্মাই কামাখ্যা দেৱালয় আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ধন সংগ্ৰহ ...

June 27, 2025 12:50 PM

views 37

সমাগত বি টি চি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত

সমাগত বি টি চি নিৰ্বাচনৰ বাবে বি চি আৰ এলেকাত বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি বাক্সা জিলাৰ জালাহত দলীয় কৰ্মীক সাক্ষাৎ কৰি অঞ্চলটোত দলৰ স্থিতি সম্পৰ্কে আলোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰতি...

June 27, 2025 12:48 PM

views 3

জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ইউ এম টি এৰ প্ৰথমখন বৈঠক অনুষ্ঠিত

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত যোৱা নিশা দিছপুৰত ইউনিফাইড মেট্রপলিটান ট্ৰেন্সপোৰ্টেচন অথৰিটী চমুকৈ ইউ এম টি এৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজহুৱা পৰিবহন ব্যৱস্থা সুনিয়ন্ত্রিত আৰু শৃংখলিত কৰি যাতায়ত ব্যৱস্থা অধিক কাৰ্যকৰীভাৱে পৰিচালনা কৰাৰ প্ৰাৰম্ভিক কাৰ্...

June 27, 2025 12:42 PM

views 12

আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন

গুৱাহাটীত আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হৈছে। খনি মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু কয়লা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সহযোগত গুৱাহাটীৰ মে' ফেয়াৰ স্ত্ৰীং ভেলী ৰিজৰ্টত অনুষ্ঠিত হৈছে। এইবাৰৰ এই সন্মিলনৰ মূল উদ্দেশ্যে হ'ল বহনক্ষম আৰু বৈজ্ঞানিক খনন কাৰ্যক উৎসাহ প্রদান, সম্পদ খ...

June 27, 2025 12:39 PM

views 17

শীঘ্ৰেই অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৫,৫৫০ টা নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৫ হাজাৰ ৫৫০টা নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন কৰিব বুলি প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ৩ হাজাৰ ৮০০টা নিম্ন প্ৰাথমিকৰ আৰু এহেজাৰ ৭৫০টা উচ্চ প্ৰাথমিকৰ পদ বুলি সঞ্চালকালয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে, এই পদসমূহ পূৰণৰ বাবে প্রাথমিক শিক্ষা সঞ্...

June 27, 2025 12:34 PM

views 204

ডিমা হাছাও জিলা আৰু শিলচৰৰ মাজত পথ যোগাযোগ বিচ্ছিন্নৰ ফলত হাজাৰ হাজাৰ ট্ৰাক আবদ্ধ

ভূমিস্খলনৰ ফলত বিগত ১০ দিন ধৰি ডিমা হাছাও জিলা আৰু শিলচৰৰ মাজত পথ যোগাযোগ বিচ্ছিন্ন হৈ থকাৰ ফলত লামডিং-হাৰাংগাজাওত হাজাৰ হাজাৰ ট্ৰাক আবদ্ধ হৈ পৰিছে। লংকাৰ দিশৰ পৰা অহা ট্রাকসমূহ লামডিং সংৰক্ষিত বনাঞ্চলত আবদ্ধ হৈ আছে। একেদৰে শিলচৰৰ দিশৰ পৰা অহা ট্রাকসমূহ ডিকটচাৰা-হাৰাংগাজাওত আবদ্ধ হৈ পৰিছে। দুয়োপিনে...

June 27, 2025 12:29 PM

views 11

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ তিনিওটা ফেৰী ঘাটৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ তিনিওটা ফেৰী ঘাটৰ সন্ধিয়াৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আৰু কোবাল সোঁতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি আভ্যন্তৰীণ জল পৰিবহন বিভাগে সদৰি কৰিছে। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই সিদ্ধান্ত পৰৱৰ্তী নির্দেশ...

June 26, 2025 9:52 PM

views 13

AXIOM-4 অভিযানৰ দলটো সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ শুভেচ্ছা

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা তথা AXIOM-4 অভিযানৰ দলটো সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সংবাদ মাধ্যমৰ আগত ড০ সিঙে কয়, যে শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ...

June 26, 2025 9:49 PM

views 49

নিৰ্বাচনৰ প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে পঞ্জীয়নকৃত ৩৪৫টা অস্বীকৃত ৰাজনৈতিক দলৰ বাতিলকৰণ প্ৰক্ৰিয়া আৰম্ভ

নির্বাচন আয়োগে পঞ্জীয়নকৃত ৩৪৫ টা অস্বীকৃত ৰাজনৈতিক দলক প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে বাতিল কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০১৯ চনৰ পৰা লোকসভা তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ নির্বাচন তথা উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি এই দলসমূহৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।