আঞ্চলিক সংবাদ

June 26, 2025 9:44 PM

views 16

দুচকীয়া বাহনৰ বাবে টোল টেক্স আৰোপ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ নীতিন গাডকাৰীৰ

পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে দুচকীয়া বাহনৰ বাবে টোল টেক্স আৰোপ কৰাৰ বিষয় সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী গাডকাৰীয়ে কয়, এনে ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। মন্ত্ৰীগৰাকীয়ে কয়, যে দুচকীয়া বাহনক টোল টেক্সৰ পৰা...

June 26, 2025 8:52 PM

views 12

বিটিআৰ চুক্তি ৰূপায়ণ সম্পর্কত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰ কৰা সংগঠনৰ ত্রিপাক্ষিক বৈঠক

২০২০ চনত স্বাক্ষৰিত বি টি আৰ চুক্তি ৰূপায়ণ সম্পর্কত আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰ কৰা সংগঠনকেইটাৰ প্ৰতিনিধিবর্গৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূবৰ বাবে থকা যুটীয়া সচিব নিৰজ কুমাৰ বান্‌ছোড়ৰ অধ্যক্ষতাত নতুন দিল্লীৰ নর্থ-ব্...

June 26, 2025 8:50 PM

views 24

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত পৰম্পৰাগত বিচাৰ পদ্ধতি সূচাৰুৰূপে প্ৰৱৰ্তনৰ বাবে ২০০০ চনৰ স্বায়ত্তশাসিত পৰিষদ আইন কাৰ্যকৰীকৰণৰ সিদ্ধান্ত

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে জিলাখনত পৰম্পৰাগত বিচাৰ পদ্ধতি সূচাৰুৰূপে প্ৰৱৰ্তনৰ বাবে ২০০০ চনৰ স্বায়ত্তশাসিত পৰিষদ আইনখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। আজি ডিফুত অনুষ্ঠিত পৰিষদৰ অধিৱেশন কক্ষত অনুষ্ঠিত ২৫১ সংখ্যক অধিৱেশনত ৰাজ্যপালে অনুমোদন জনোৱা স্বায়ত্তশাসিত পৰিষদ বিধেয়কখনৰ ৪ নম্বৰ প্ৰস্তাৱ ক...

June 26, 2025 8:47 PM

views 18

ভূমিস্খলনত ক্ষতিগ্ৰস্ত জাতিংগা-লামপুৰৰ মাজৰ ৰে’লপথৰ মেৰামতিৰ বুজ লয় উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জাতিংগা আৰু লামপুৰৰ মাজৰ ভূমিস্খলন হোৱা ৰে'লপথৰ পৰা শিল-বালিৰ আৱৰ্জনা আঁতৰোৱাৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে। বর্তমান ১৫খন এছকেভেটৰ আৰু ২০০ৰো অধিক শ্ৰমিকে ৰে'লপথছোৱা ৰে'ল চলাচলৰ উপযোগী কৰি তোলাৰ বাবে দিনে-নিশাই কাম কৰি আছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কু...

June 26, 2025 8:42 PM

views 21

শুভাংশু শুক্লাসহ ৪গৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত

ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাসহ চাৰিগৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযানখনে আজি বিয়লি চাৰি বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুকলমে উপস্থিত হোৱাত ভাৰতে ইতিহাস ৰচিছে। লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুক্লাই ১৯৮৪ চনত ৰাকেশ শৰ্মাৰ পাছত মহাকাশত অৱ...

June 26, 2025 8:41 PM

views 12

শিৱসাগৰৰ ভটিয়াপাৰৰ তৈলখাদৰ গেছ নির্গমন ক্রমাৎ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ তৈলখাদৰ গেছ নির্গমন ক্রমাৎ হ্ৰাস পাইছে বুলি অ' এন জি চি কৰ্তৃপক্ষই প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ অধীনত অব্যাহত থকা অভিযানে গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে বুলিও প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে। দলটোৱে ষ্টে...

June 26, 2025 8:39 PM

views 14

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত এইপর্যন্ত ১ লাখতকৈও অধিক আৱেদন লাভ

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এই পর্যন্ত ১ লাখতকৈও অধিক আবেদন লাভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আবেদন প্রাপ্তৰ ভিতৰত ৮১ হাজাৰৰো অধিক যুৱক-যুৱতীৰ সাক্ষাৎকাৰ সম্পূৰ্ণ হৈছে।

June 26, 2025 8:37 PM

views 18

গুৱাহাটী মহানগৰীৰ ডাউন টাউন উৰণ সেতু অহা ৬ জুলাইত উদ্বোধন কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা

গুৱাহাটী মহানগৰীৰ ডাউন টাউন উৰণ সেঁতু অহা ৬ জুলাইত উদ্বোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। নিৰ্দিষ্ট সময়ৰ পূৰ্বেই এই উৰণ সেতু নিৰ্মাণ কৰি উলিওৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই শ্রমিকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। গুৱাহাটীৰ যান-জঁটৰ সমস্যা নিৰ্মূলৰ ক্ষেত্ৰ...

June 26, 2025 8:36 PM

views 24

ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তর্জাতিক মাদকদ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস উদ্যাপন কৰা হৈছে। এইবছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে– ‘সংক্ৰ...

June 26, 2025 8:33 PM

views 19

তেলেংগানাত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা

অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাই, বিশ্ব চেম্পিয়ন নিখাত জাৰিন আৰু প্ৰাক্তন বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োসহ দেশৰ শীৰ্ষ বক্সাৰৰ অংশগ্ৰহণেৰে কাইলৈৰ পৰা তেলেংগানাত ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্ত্বাৱধানত তথা তেলে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।