আঞ্চলিক সংবাদ

June 5, 2025 9:24 PM June 5, 2025 9:24 PM

views 3

অসম এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং চেম্পিয়নশ্বিপ

অসম এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত আজিৰে পৰা আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রতিযোগিতাখন উদ্বোধন কৰে। প্রতিযোগিতাখনত ৩৩খন জিলাৰ প্ৰায় ৪০০ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিছে।

June 4, 2025 8:14 PM June 4, 2025 8:14 PM

views 8

সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত বৈঠক

সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত পৰ্যালোচনা আৰু ইয়াৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্রহণ সন্দৰ্ভত আলোচনা কৰিবলৈ আজি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পর্যাপ্ত সংখ্যক সমূহীয়া পুলি বাগান স্থাপন কৰি বানপীড়িত কৃষকসকলক বিনামূলীয়াকৈ ক...

June 4, 2025 8:10 PM June 4, 2025 8:10 PM

views 18

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কাইলৈ দেশজুৰি গছপুলি ৰোপণ কাৰ্যসূচী

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্যোগত দেশজুৰি গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অসমতো অটল নগৰীয়া উজ্জীৱিতকৰণ আৰু ৰূপান্তকৰণ অভিযান অৰ্থাৎ‍ অদ্ভুত আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্য...

June 4, 2025 8:03 PM June 4, 2025 8:03 PM

views 13

ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপন সন্দৰ্ভত কৰ্ণধাৰ সমিতিৰ প্ৰথম বৈঠক

ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপন সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি দিছপুৰৰ লোকসেৱা ভৱনত কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জন্ম শতবার্ষিকী উদযাপনৰ কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্...

June 4, 2025 8:01 PM June 4, 2025 8:01 PM

views 10

২০২৭ চনৰ ১ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ জাতি-ভিত্তিক লোকপিয়লৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২৭ চনৰ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ সমগ্ৰ দেশতে জাতি-ভিত্তিক লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই আজি নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ তুষাৰপাত হোৱা অঞ্চলসমূহত ইয়াৰ বাবে ২০২৬ চনৰ ১ অক্টোবৰক ভিত্তি...

June 4, 2025 7:57 PM June 4, 2025 7:57 PM

views 22

অসম মন্ত্রীসভাত ডিমা হাচাওৰ পাঁচটা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই আজি ডিমা হাচাও জিলাৰ পাঁচটা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে। ১৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পাঁচটা পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ কাম বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছতে আৰম্ভ কৰা হ'ব। আজি দিছপুৰ অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষ...

June 4, 2025 7:35 PM June 4, 2025 7:35 PM

views 15

২০ খন জিলাৰ ৬,১৭,০০০ৰো অধিক লোক এতিয়াও বানৰ কবলত

যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও ২০ খন জিলাৰ ৬ লাখ ১৭ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৰাজ্যখনৰ এহেজাৰ ৪৮৯ খন গাঁৱৰ ১৪ হাজাৰ ৭৩৯ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ২২৩ টা আশ্রয় শিবিৰত ৩৯ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। যোৱা ২৪ ঘণ্টাত হ...

June 4, 2025 2:09 PM June 4, 2025 2:09 PM

views 6

কাছাৰৰ বানপীড়িতৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলাত উপস্থিত হৈ ছটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ লগতে বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে বৰাক নদী যদিও বিপদসীমাৰ ওপৰেৰে বৈ আছে এতিয়ালৈকে কোনো ঠাইতে মথাউৰি ছিগা নাই। পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসনে সতর্ক ...

June 4, 2025 2:07 PM June 4, 2025 2:07 PM

views 15

ৰাজ্যৰ ২১খন জিলাৰ ৬ লাখ ৩৩ হাজাৰৰো অধিক লোক বানৰ কবলত; ১৯জন লোকৰ মৃত্যু

যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও ২১ খন জিলাৰ ৬ লাখ ৩৩ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ এহেজাৰ ৫০৬ খন গাঁৱৰ ১৪ হাজাৰ ৭৩৯ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ২২৩ টা আশ্রয় শিবিৰত ৩৯ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত সাম্প্ৰ...

June 4, 2025 2:05 PM June 4, 2025 2:05 PM

views 7

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাৱিত

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাৱিত কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহনি অঞ্চলসমূহ পানীত বুৰ যোৱাত পহু, গঁড়, হাতীকে ধৰি অন্যান্য জীৱ-জন্তুৱে বানৰ পৰা ৰক্ষা পোৱাৰ লগতে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৭১৫ নম...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।