আঞ্চলিক সংবাদ

July 7, 2025 12:17 PM

views 11

গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ নতুন এলিভেটেড ক’ৰিডৰ নিৰ্মাণ কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নতুন আৰ্হিৰে নিৰ্মিত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ অহা নৱেম্বৰ মাহত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। উল্লেখযোগ্য যে নতুন বিমান বন্দৰ কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰি থকা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে গুৱাহাটী বিমান বন্দৰৰ পৰা জ...

July 6, 2025 8:59 PM

views 31

যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নিশাৰ ভাগত আৰক্ষী থানা তথা চকীসমূহ পৰিদৰ্শন

যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই শেহতীয়াকৈ নিশাৰ ভাগত আৰক্ষী থানা তথা চকীসমূহ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে। জৰুৰীকালিন অৱস্থাত আৰক্ষী বিভাগৰ সহাৰি তথা বিভাগটোৰ কাম-কাজৰ বুজ লবলৈ শ্রীমিশ্ৰই এই পদক্ষেপ হাতত লৈছে। তদুপৰি নিয়মীয়া তালাচী অভিযান, সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানকে ধৰি জিলাখ...

July 6, 2025 8:56 PM

views 17

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতুখন ৰাইজৰ বাবে মুকলি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰে। ১১১ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা চাৰিটা লেনযুক্ত ৬৭০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিণীগাঁৱৰ যানজঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ ...

July 6, 2025 8:51 PM

views 19

নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৫ জনীয়া প্ৰতিনিধি দলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৫ জনীয়া এটা প্ৰতিনিধি দলৰ সৈতে আলোচনাত ভাগ লয়। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই ভাগ লোৱা আলোচনাত বড়ো ছাত্র সংগঠনটোৱে চৰকাৰক ২০২৬ৰ পূৰ্বে বিটিআৰ চুক্তি ৰূপায়ণ, বিটিআৰৰ সকলো বিদ্যালয...

July 6, 2025 7:25 PM

views 24

লামডিং-বদৰপুৰ ৰে’ল লাইনত পুনৰ ৰে’ল চলাচল আৰম্ভ

প্রায় ৮ ঘণ্টা ধৰি ৰে'ল চলাচল ব্যাহত হৈ থকাৰ অন্তত লামডিং-বদৰপুৰ ৰে’ল লাইনত পুনৰ ৰে’ল চলাচল আৰম্ভ হয়। পুৱতি নিশা মাইবং-দাওতুহাজা আৰু মুপা-দিহাখুৰ মাজত ৰে'ল পথৰ দুটা স্থানত ভূমিস্খলন হোৱাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বহুকেইখন ৰে'লৰ সময়সূচী সলনি তথা কেইবাখনো ৰে’ল অঞ্চলটোত আবদ্ধ হৈ পৰিছিল। পুৱতি ন...

July 6, 2025 7:21 PM

views 15

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ শোণিতপুৰ জিলাৰ ডুমডুমা-বৰচলা আদর্শ স্নাতক মহাবিদ্যালয় পৰিদৰ্শন

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ ডুমডুমা -বৰচলা আদর্শ স্নাতক মহাবিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতি তথা স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন সংযোজন স্বৰূপ এই মহাবিদ্যালয়খন চলিত শিক্ষাবৰ্ষৰ পৰা...

July 6, 2025 7:16 PM

views 18

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি

গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নি পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলিগড়, খুমতাই, মৰঙি আদি অঞ্চলৰ দুকুৰিৰো অধিক গাওঁ প্লাৱিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান কৈৰী গাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰ...

July 6, 2025 7:07 PM

views 32

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বড়োলেণ্ড স্পীকছ ফ্রম ভীজন টু এক্সন শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বড়োলেণ্ড স্পীকছ ফ্রম ভীজন টু এক্সন শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ উপস্থিতিত এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই ট্রেন্সফর্মিং বড়োলেণ্ড শীর্ষক এখন গ্রন্থও উন্মোচন কৰ...

July 6, 2025 1:38 PM

views 26

ৰাজ্য চৰকাৰে ঢকুৱাখনা জিলা ক্রীড়া সন্থালৈ আগবঢ়োৱা ক্রীড়া সামগ্ৰী আৰু অনুদানৰ চেক প্ৰদান

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ঢকুৱাখনা জিলা ক্রীড়া সন্থালৈ আগবঢ়োৱা ক্রীড়া সামগ্ৰী আৰু অনুদানৰ চেক কালি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা ক্রীড়া বিষয়া মানসজ্যোতি দাস, ঢকুৱাখনা জিলা ক্রীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্রদীপ চমুৱা, সাধাৰণ সম্পাদক অচ্...

July 6, 2025 1:21 PM

views 24

লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদিত প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব

লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদ কৰা প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব। শিক্ষামন্ত্রী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এইকথা প্রকাশ কৰে। তেওঁ কয়, যে এই ৯ বিঘা ভূমিৰ এবিঘা ঘৰৰ ভেটিৰ বাবে আৰু বাকী ৮ বিঘা ভূমি খেতি কৰাৰ বাবে দিয়া হ'...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।