আঞ্চলিক সংবাদ

July 7, 2025 7:59 PM

views 22

অসমৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে তিনিটা প্ৰকল্পৰ প্রতিবেদনত অনুমোদন উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ

উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে অসমৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে তিনিটা প্ৰকল্পৰ বিস্তৃত প্ৰকল্প প্রতিবেদনত অনুমোদন জনাইছে। মন্ত্ৰালয়ৰ উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ আন্তঃমন্ত্ৰালয় সমিতিৰ ৫৭ সংখ্যক বৈঠকত এই অনুমোদন জনোৱা হয়। এই প্রকল্পসমূহৰ বাবে ১২৩ কোটি ৮৪ লাখ টকা ব্যয় কৰা হ'ব। এই প...

July 7, 2025 7:57 PM

views 36

মানস ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰতিটো দিনেই পৰ্যটকৰ বাবে মুকলি কৰি ৰখাৰ পৰিকল্পনা

মানস ৰাষ্ট্ৰীয় উদ্যান বছৰৰ প্ৰতিটো দিনেই পৰ্যটকৰ বাবে মুকলি কৰি ৰখাৰ পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বি টি আৰৰ পৰ্যটন বিভাগে আলোচনা কৰিছে। আজি উদ্যানৰ দাঁতিকাষৰীয়া গোলাগাঁও গ্রীণ ভিলেজত আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰি বি টি আৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য...

July 7, 2025 7:53 PM

views 26

অহা ছেপ্তেম্বৰত শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’লৰ দলং নিৰ্মাণৰ কাম আৰম্ভ

শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে'লৰ দলং নিৰ্মাণৰ কাম অহা ছেপ্তেম্বৰত আৰম্ভ হ'ব। দুখলপীয়া ৰে'লৰ দলংখনত দ্বৈত ৰে'লপথ আৰু তিনিটা লেনযুক্ত পথ থাকিব। ৰে'ল বিভাগে ইতিমধ্যে ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই কাম সম্পাত হোৱাৰ পাছতে দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি উত্তৰ-পূব সীমান্ত ৰে'ল...

July 7, 2025 7:51 PM

views 15

সামুদ্রিক খণ্ডত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক- যুৱতীসকলক কৰ্মসংস্থাপনৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ

উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ সুদৃঢ় কৰাৰ উপৰি সামুদ্রিক খণ্ডত অঞ্চলটোৰ যুৱক- যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰি কয়, যে ডিব্ৰুগড়ত স্থাপন...

July 7, 2025 7:27 PM

views 15

ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত উদয়াদিত্য ভৰালীৰ শেষকৃত্য সম্পন্ন

প্রসিদ্ধ বুৰঞ্জীবিদ, পূৰ্বৰ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা স্তম্ভ লেখক উদয়াদিত্য ভৰালীৰ শেষকৃত্য আজি ভূতনাথ শ্মশানত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। ইয়াৰ আগেয়ে আজি পুৱা দক্ষিণ শৰণীয়াৰ বাসগৃহৰ পৰা শিক্ষাবিদগৰাকীৰ নশ্বৰ দেহ কটন বিশ্ববিদ্যালয়ৰ চৌহদলৈ নিয়া হয়। বিশ্ববিদ্যালয় চৌহদত ...

July 7, 2025 7:33 PM

views 19

ৰাজ্য চৰকাৰৰ উদ্যোগত ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত যোৱা ১ জুলাইৰ পৰা অনুষ্ঠিত এই মহোৎসৱৰ আজি সামৰণি উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্রবেশদ্বাৰৰ পৰা সজাগতা সমদল উলিওৱা হয়। সমদলত অংশ লোৱা লোকসকলে ৰাষ্ট্ৰীয় উদ্যানখন আৰু জৈৱ-...

July 7, 2025 7:03 PM

views 22

কাইলৈৰ পৰা ধুবুৰী আৰু গোৱালপাৰা জিলাৰ দখলীকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ

ধুবুৰী আৰু গোৱালপাৰা জিলাৰ দখলীকৃত ভূমিত কাইলৈৰ পৰা উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। সেই অনুসৰি ধুবুৰী জিলাৰ চাপৰত কাইলৈ উচ্ছেদ চলোৱা হ'ব। একেদৰে ১০ জুলাইত গোৱালপাৰাৰ পাইকান বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'...

July 7, 2025 7:00 PM

views 27

ভূমিস্খলনৰ ফলত লামডিং-বদৰপুৰৰ ৰে’লপথৰ কেইবাখনো ৰে’ল বাতিল

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং-বদৰপুৰ পাহাৰ ৰে'ল লাইনৰ মুপা-দিহাখো ষ্টেচনৰ মাজত আজি পুৱাৰ ভাগত হোৱা ভূমিস্খলনৰ ফলত কেইবাখনো ৰে'ল বাতিল কৰা হৈছে। ভূমিস্খলনৰ বাবে আজি পুৱা গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী ৰে'লখন পুনৰ গুৱাহাটীলৈ ঘূৰাই অনাৰ লগতে শিলচৰৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে'লখনো বদৰপুৰৰ পৰাই ঘ...

July 7, 2025 7:29 PM

views 19

কোকৰাঝাৰত ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। ড° শৰ্মাই বি টি আৰৰ অন্তৰ্গত কোকৰাঝাৰ, বাওখুংগ্ৰী, দোতমা, গোসাইগাঁও আৰু পৰ্বতঝৰা সমষ্টিত চৰকাৰৰ কেইবাখনো উন্নয়নমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভ...

July 7, 2025 1:49 PM

views 26

গোলাঘাটত ধনশিৰি নৈৰ বাঢ়নী পানীত দুকুৰিৰো অধিক গাঁও প্লাৱিত

গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলীগড়, খুমটাই, মৰঙি আদি অঞ্চলৰ দুকুৰিৰো অধিক গাঁও প্লাৱিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান কৈৰী গাঁও, চেৱাগুৰি, শিঙিমাৰী, শিমলুচাপৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।