আঞ্চলিক সংবাদ

January 2, 2025 8:01 PM January 2, 2025 8:01 PM

views 5

কাইলৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজৰ নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰা শুভাৰম্ভ

ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্ৰা কাইলৈ গুৱাহাটীত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰিব। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে'ল যোগাযোগ অধিক সুচল কৰাৰ বাবে এই ৰে'লখন প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। ৰে’ল ...

January 2, 2025 6:36 PM January 2, 2025 6:36 PM

views 8

কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত সভা অনুষ্ঠিত

নলবাৰী জিলাৰ উদ্যানশস্যৰ সৈতে জড়িত কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি ইয়াৰ সমাধান উলিওৱাৰ উদ্দেশ্যে আজি নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত এখন সভা অনুষ্ঠিত হয়। অসম উদ্যানশস্য সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সভাত জিলাখনৰ উদ্যানশস্য মহাবিদ্যালয়ৰ সহযোগী ডীন, বিশিষ্ট কৃষি বিজ্ঞানী ডº মৃদুল ডেকাই সভ...

January 2, 2025 6:35 PM January 2, 2025 6:35 PM

views 9

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিচলামাৰী বন শিবিৰৰ অন্তৰ্গত বনাঞ্চলত এটা গঁড় মৃত অৱস্থাত উদ্ধাৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিচলামাৰী বন শিবিৰৰ অন্তৰ্গত বনাঞ্চলত আজি বন সুৰক্ষা কৰ্মীয়ে এটা মতা গঁড় মৃত অৱস্থাত উদ্ধাৰ কৰে। গঁড়টোৰ খৰ্গ অক্ষত অৱস্থাত আছে। প্ৰাৰম্ভিক পৰ্যবেক্ষণত স্বাভাৱিক কাৰণতে গঁড়টোৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰা হৈছে। গঁড়টোৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষই...

January 2, 2025 6:33 PM January 2, 2025 6:33 PM

views 5

চানডুবি মহোৎসৱৰ আজি দ্বিতীয় দিনাও অগণন লোকৰ সমাগম

চানডুবিত কালিৰে পৰা জনগোষ্ঠীয় খাদ্য সম্ভাৰ, থলুৱা হস্ততাঁত বস্ত্ৰ আৰু বিভিন্ন খেল-ধেমালিৰে পঞ্চদশ চানডুবি মহোৎসৱ অনুষ্ঠিত হৈছে। অহা ৫ জানুৱাৰী পৰ্যন্ত চলিবলগীয়া মহোৎসৱৰ আজি দ্বিতীয় দিনাও অগণন লোকৰ সমাগম হৈছে। সদৌ ৰাভা ছাত্ৰ সন্থাৰ বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ জৰিয়তে...

January 2, 2025 6:32 PM January 2, 2025 6:32 PM

views 6

গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল জলমগ্ন

গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ নামঘৰ পথত আজি পুৱা পানীৰ পাইপ ফুটি বিস্তীর্ণ অঞ্চল আকস্মিকভাৱে জলমগ্ন হৈ পৰাৰ ফলত জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হয়। বহু সময় ধৰি অঞ্চলটোৰে যাতায়াত ব্যাহত হয়। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি খাৰঘূলিত উপস্থিত হৈ এ...

January 2, 2025 6:30 PM January 2, 2025 6:30 PM

views 7

হস্তী গণনাৰ তথ্য অনুসৰি ৰাজ্যখনত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি

ৰাজ্যৰ বন বিভাগে বিগত বছৰত কৰা হস্তী গণনাৰ তথ্য অনুসৰি ৰাজ্যখনত হাতীৰ সংখ্যা ৫,৮২৮লৈ বৃদ্ধি হৈছে। মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি বন বিভাগৰ এই কৃতিত্বৰ বাবে শলাগ লয়। তেওঁ কয়, যে পূর্বে হাতীৰ সংখ্যা ৫,৭১৯ আছিল। এইবাৰৰ পিয়ল অনুসৰি মুঠ হাতীৰ ৩৬ শতাংশ প্রাপ্তবয়স্ক মাখুন্...

January 2, 2025 4:43 PM January 2, 2025 4:43 PM

views 12

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত আকাশবাণীৰ সঞ্চালকপ্ৰধান প্ৰজ্ঞা পালিৱাল

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড় দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম- কাজৰ পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ নতুন ...

January 2, 2025 4:40 PM January 2, 2025 4:40 PM

views 14

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ

ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে'ল যোগাযোগ অধিক সুচল কৰাৰ বাবে ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰে'লগাড়ীখনে পুৱা ৯ বাজি ৫০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰ...

January 1, 2025 9:15 PM January 1, 2025 9:15 PM

views 4

গুৱাহাটীৰ কইনাধৰাত নতুন দিনৰ আলাপ অনুষ্ঠান, সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ

নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নতুন দিনৰ আলাপ নামেৰে এটা অনুষ্ঠানৰ আয়োজন কৰে। ইয়াত ৰাজ্যখনৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীয়ে মুকলি বাৰ্তালাপত ভাগ লয়। এই অনুষ্ঠানত উপস্থিত থকা আকাশবাণীৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন ব...

January 1, 2025 9:13 PM January 1, 2025 9:13 PM

views 8

গুৱাহাটীৰ শিলপুখুৰীৰ শান্তিস্থলত গোপীনাথ বৰদলৈৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা ভাৰতৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত সমাধিক্ষেত্ৰ শান্তিস্থলত ১ কোটি ২৬ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা বৰদলৈ দেৱৰ এটা আবক্ষ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।