আঞ্চলিক সংবাদ

February 10, 2025 1:25 PM

views 30

আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ সামৰণি

শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত অনুষ্ঠিত বাৰ্ষিক সমুহীয়া দোৱা আৰু জিয়াৰ‍ অনুষ্ঠানৰ কালি সামৰণি পৰে। এই উপলক্ষে দৰগাহলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী অগণন লোকৰ সমাগম হয়। স্থানীয় হিন্দু ধৰ্মাৱলম্বী লোকসকলে দৰগাহলৈ প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি আজ...

February 10, 2025 1:24 PM

views 24

ধেমাজিত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক অধিবেশনৰ সামৰণি

ধেমাজি জিলাৰ জিয়াচলত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক ধেমাজি অধিবেশনৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ তিনি শহস্রাধিক লোকে নিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। এই শোভাযাত্ৰাত মিচিং, দেউৰী, গাৰোকে ধৰি কেইবাটাও জনগোষ্ঠীৰ লোকে অংশ লয়। সাংস্কৃতি...

February 10, 2025 1:22 PM

views 15

আজি তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথত গোধা ৰোগ নিৰ্মূল অভিযানৰ অধীনত সমূহীয়া ঔষধ সেৱা কাৰ্যসূচী

তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আজি ফাইলেৰীয়া অৰ্থাৎ‍ গোধা ৰোগ নিৰ্মূল অভিযানৰ অধীনত সমূহীয়া ঔষধ সেৱা কাৰ্যসূচী আৰম্ভ হ'ব। ১৯ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই অভিযানে তিনিচুকীয়াৰ হাপজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, শোণিতপুৰৰ ৰঙাপাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বিশ্বনাথ জিলাৰ বিশ্বন...

February 10, 2025 1:21 PM

views 22

ভাৰত বোধ অভিৱৰ্তনৰ গুৱাহাটী সংস্কৰণৰ কাৰ্যসূচীত সর্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত তিনি দিনীয়াকৈ আয়োজিত ভাৰত বোধ অভিৱৰ্তনৰ গুৱাহাটী সংস্কৰণৰ কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী সোণোৱালে কয়, যে মহান সভ্যতা-সংস্কৃতিৰে চহকী ভাৰতবৰ্ষ এতিয়া অনিৰুদ্ধ গতিৰে বিশ্বৰ মানচিত্ৰত জিলিকি...

February 10, 2025 1:20 PM

views 20

আধ্যাত্মিক গুৰু সদগুৰু উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন শীর্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত বিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি আধ্যাত্মিক গুৰু সদগুৰু উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন শীর্ষ বিষয়াসকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত মিলিত হয়। এই অনুষ্ঠানত আধ্যাত্মিক গুৰুগৰাকীয়ে ৰাজ্যৰ প্ৰশাসনৰ সামগ্রিক কুশলতা কিদৰে ইতিবাচক কৰি গঢ়ি তুলিব পাৰি সেই বিষয়ে পৰামর্শ দিয়ে। উল্লেখযোগ্য যে ৰাজ...

February 10, 2025 12:59 PM

views 25

কৰ্কট ৰোগৰ প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ড° দেবীভাষা বৰদলৈ

কৰ্কট ৰোগৰ প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণাৰে ৰাজ্যৰ যুৱ বিজ্ঞানী ড° দেবীভাষা বৰদলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে। কৰ্কট আৰু আন সংক্ৰমণক প্ৰাথমিক পৰ্যায়তে প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰতিষেধক উদ্ভাৱন কৰাৰ ক্ষেত্ৰত ড° বৰদলৈৰ গৱেষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে। এই সন্দৰ্ভত তেওঁৰ কেইবাখনো গৱেষণা পত্ৰ আগশাৰীৰ আন...

February 10, 2025 12:56 PM

views 15

আকাশবাণীৰ সাপ্তাহিক সংবাদ চলন্তিকা অনুষ্ঠানত কালি গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰথম অংশ প্ৰচাৰ

আকাশবাণী গুৱাহাটী যোগে কালি প্ৰচাৰিত সাপ্তাহিক সংবাদ চলন্তিকা অনুষ্ঠানত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰথম অংশ প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত মহানগৰীখনত জীৱন সংগ্ৰাম কৰি থকা একাংশ লোকৰ জীৱনশৈলী তুলি ধৰাৰ প্ৰয়াস কৰা হয়। জীৱিকাৰ বাবে তথাকথিত সৰু সৰু সমলেৰে উপাৰ্জনৰ প্ৰয়াস কৰা এই ...

February 10, 2025 1:28 PM

views 127

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই বিশেষ উপলক্ষত বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা ১৭ ফেব্ৰুৱাৰীলৈ এই বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আশা আৰু অংগনবাড়ীৰ কৰ্মীসকলে সকলো অংগনবাড়ী কেন্দ্ৰৰ উপৰি গৃহ পৰ...

February 10, 2025 12:51 PM

views 28

আজিৰে পৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া ছিংগাপুৰ ভ্ৰমণ

গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্রমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেম...

February 10, 2025 12:32 PM

views 22

মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বিৰেণ সিঙৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি বিচাৰি পদত্যাগপত্র দাখিল কৰে। শ্রীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক আৰু প্ৰদেশ বিজেপিৰ অধ্যক্ষ এ সাৰদা তথা বিজেপি সাংসদ তথা বিজেপিৰ উত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।