আঞ্চলিক সংবাদ

February 8, 2025 8:41 PM

views 22

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ঝুমইৰ বিনন্দিনী ২০২৫ৰ মাণ্ডলিকভিত্তিক প্রশিক্ষণ

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা ঝুমইৰ বিনন্দিনী ২০২৫ৰ মাণ্ডলিকভিত্তিক প্রশিক্ষণ তথা প্রদর্শন আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হয়। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, লখিমপুৰ, ধেমাজি জিলাৰ নিৰ্বাচিত ৩ হাজাৰ ৪৭১ গৰাকী ঝুমুৰ নৃত্য শিল্পীয়ে আজিৰ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰে। গুৱা...

February 8, 2025 8:40 PM

views 15

ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় খো খো প্রতিযোগিতা

ধেমাজি মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় খো খো প্রতিযোগিতা অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ ১১ খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিছে। ল'ৰা আৰু ছোৱালীৰ শাখাত মুঠ ১৭টা দলে অংশগ্ৰহণ কৰিছে। ধেম...

February 8, 2025 8:38 PM

views 17

ৰাষ্ট্ৰীয় ক্রীড়াত লনবল পেয়াৰ শিতানত নয়নমণি শ‍ইকীয়া আৰু বনগীতা হাজৰিকা যুটিৰ স্বর্ণ পদক

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লনবল পেয়াৰ শিতানত আজি অসমৰ নয়নমণি শ‍ইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটিয়ে স্বর্ণ পদক অৰ্জন কৰিছে। এই জয়ৰ সৈতে এইবাৰৰ ক্ৰীড়া সমাৰোহত অসমে এতিয়ালৈকে তিনিটা সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগতে পুৰুষৰ এশ মিটাৰ ফাইনেলত অম্লান বৰগোহাঁয়ে ব্ৰঞ্জৰ ...

February 8, 2025 8:33 PM

views 26

বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি জিলাক সামৰি এডভাণ্টেজ আছামৰ কর্মশালা

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে আজি কোকৰাঝাৰত থকা বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক সামৰি এখন কর্মশালা অনুষ্ঠিত হয়। কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু কোকৰাঝাৰৰ জিলা আয়ুক্তই এই কৰ্মশালাত অংশগ্রহণ কৰে।

February 8, 2025 8:31 PM

views 15

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আলোচনা-চক্ৰ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা A NEW LANDSCAPE OF INDIAN CONTENPORARY INDIE CINEMA : A CRICTIC OF NEW FILM MAKERS & NEW CHALLANGES শীর্ষক এখন আলোচনা চক্র অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত পৰিচালক আৰফাজ আয়ুব, শ্রুতিস্মৃতি চাংকাকতি, অভিলাস শৰ্মা...

February 8, 2025 1:35 PM

views 23

সমগ্র শিক্ষা অসমে শিক্ষকসকলৰ বাবে আয়োজন কৰা হস্তলিপি প্রশিক্ষণ শিবিৰ পৰিদৰ্শন শিক্ষা মন্ত্ৰীৰ

শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৱে আজি ধেমাজী জিলাত সমগ্র শিক্ষা অসমে শিক্ষকসকলৰ বাবে আয়োজন কৰা হস্তলিপি প্রশিক্ষণ শিবিৰ পৰিদৰ্শন কৰে। লক্ষীমপুৰ টাউন হাইস্কুলত প্রায় ২০০ গৰাকী শিক্ষকক এই শিবিৰত কৃত্রিম বুদ্ধিমত্তাৰে চালিত চফ্‌ফ্টৱেৰৰ জৰিয়তে হস্তলিপিৰ প্ৰশিক্ষণ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে আজি ধেম...

February 8, 2025 1:34 PM

views 33

গুৱাহাটী এছিয়ান চলচিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।জ্যেতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আজি মৃদুল গুপ্তা পৰিচালিত কাৰ্বি ছবি মিৰবিন আৰু ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত চীনৰ ছবি দ্যা গ্রেট ফুকেট প্ৰদৰ্শিত ...

February 8, 2025 1:33 PM

views 34

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি তৃতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন

যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি তৃতীয় দিনা নাম-প্ৰসংগ, মুকলি সভা, সাংস্কৃতিক শোভাযাত্ৰা আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পৰিৱেশ নিকাকৰণ আৰু প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূ...

February 8, 2025 1:25 PM

views 27

ডিফুত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সভাত নন্দিতা গালোচাৰ অংশগ্ৰহণ

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী নন্দিতা গালোচাই কালি সন্ধিয়া ডিফুত আয়োজিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সভাত অংশগ্ৰহণ কৰি অহা ২৬ আৰু ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাহাৰীয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰী তথা অন্যান্য লোকসকলক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে এ...

February 8, 2025 1:23 PM

views 22

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

আহোম ৰাজত্বৰ কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ দিছে। এটা নিজাববীয়া গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। অহা ছমাহৰ ভিতৰত পুৰাতত্ব সমল, সত্যতা আৰু বিশুদ্ধতাৰ ভিত্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।