আঞ্চলিক সংবাদ

June 2, 2024 7:54 PM

views 67

লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ

ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ফলাফল ঘোষণাৰ দিনটোত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। জিলাখনৰ তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ ভোটগণনা সর্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰূমত অনুষ্ঠিত...

June 2, 2024 7:52 PM

views 32

বৰাক উপত্যকাকে ধৰি নগাঁও, ডিব্ৰুগড়, গোলাঘাট জিলাত বান পৰিস্থিতি জটিল; জলসম্পদ বিভাগৰ বান কোষ আৰু নিয়ন্ত্ৰণ কক্ষ স্থাপন

ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত হোৱা বৰষুণৰ ফলত নামি অহা পানীৰ ঢলে আজি মানকাচৰৰ কালাপানীত পথ ক্ষতিগ্ৰস্ত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত কৰে।...

June 2, 2024 7:47 PM

views 31

বৰাক উপত্যকাকে ধৰি নগাঁও, ডিব্ৰুগড়, গোলাঘাট জিলাত বান পৰিস্থিতি জটিল; জলসম্পদ বিভাগৰ বান কোষ আৰু নিয়ন্ত্ৰণ কক্ষ স্থাপন

ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত হোৱা বৰষুণৰ ফলত নামি অহা পানীৰ ঢলে আজি মানকাচৰৰ কালাপানীত পথ ক্ষতিগ্ৰস্ত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত কৰে।...

June 2, 2024 9:22 PM

views 127

প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত ৰিমাল ঘূৰ্ণিবতাহৰ পৰৱৰ্তী পৰ্যায়ৰ স্থিতিৰ পৰ্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ঘূর্ণি বতাহ ৰীমালৰ পাছৰ পৰিস্থিতিৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্রধানমন্ত্ৰী মোদীক ঘূর্ণি বতাহ ৰীমালৰ প্রভাব পৰা ৰাজ্য কেইখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰা হয়। বৈঠকত ৰীমালৰ ফলত অসম, মিজোৰাম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰ...

June 2, 2024 2:16 PM

views 44

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি আৰু চিকিমত চিকিম ক্রান্তিকাৰী মৰ্চা বিজয়ৰ দিশে

অৰুণাচল প্ৰদেশ আৰু চিকিম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সূচাৰুৰূপে চলি আছে। ৬০ জনীয়া অৰুণাচল প্ৰদেশ আৰু ৩২ জনীয়া চিকিম বিধানসভাৰ বাবে ১৯ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সমান্তৰালভাৱে ভোটগ্রহণ অনুষ্ঠিত হৈছিল। ভোটগণনাৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি অৰুণাচল প্ৰদেশত বিজেপি বিপুল জয়ৰ দিশে অগ্ৰসৰ হৈছে। আন...

June 2, 2024 1:58 PM

views 37

৪ জুনত জনাদেশ-২০২৪ শীর্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে পৰহিলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ...

June 2, 2024 1:13 PM

views 32

৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ

অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ যাৱতীয় প্ৰশিক্ষণৰ কালি অন্ত পৰে। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত তথা গুৱাহাটী ...

June 2, 2024 1:10 PM

views 31

নতুন ফৌজদাৰী আইন বলবৎকৰণৰ বাবে সকলো প্রস্তুতি অব্যাহত

অসম আৰক্ষীয়ে অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হবলগীয়া নতুন ফৌজদাৰী আইন বলবৎকৰণৰ বাবে সকলো প্রস্তুতি অব্যাহত ৰাখিছে। আনহাতে, আইনী প্রক্রিয়াত নতুন আইনে কৰিবলগীয়া সাল সলনিৰ সৈতে সামঞ্জস্য ৰাখি চলিবৰ বাবে অধিবক্তাসকলো সাজু হৈছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত হোৱা আলোচনাত অধিব...

June 2, 2024 1:25 PM

views 38

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে’লৰ চলাচল বাতিল

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল চলাচল বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই নিউ হাফলং-চন্দ্ৰনাথপুৰৰ মাজৰ ৰে'ল পথৰ ক্ষতিসাধন আৰু শিলচৰ ষ্টেচনত পানী জমা হোৱাৰ বাবে পথচোৱাৰে চলাচল কৰা কেইবাখনো ৰে'লগাড়ীৰ যাত্রা বাতিল কৰিছে...

June 2, 2024 1:00 PM

views 34

অসমৰ ১০খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এতিয়াও বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ১০খন জিলাৰ ৬ লাখৰো অধিক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।