আঞ্চলিক সংবাদ

March 26, 2025 8:21 PM

views 22

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিদিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিদিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। গল্প, উপন্যাস, প্রবন্ধ, জীৱনী, সাধুকথা, ইতিহাস অধ্যয়ন, কবিতা, নাটক, গীত ৰচনাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াই যোৱা বেজবৰুৱাই ভিন্নৰুচিৰ লেখাৰে সাহিত্য ক্ষেত্ৰক সমৃদ্...

March 26, 2025 8:15 PM

views 10

গুণোৎসৱ, ২০২৫-ৰ ফলাফল কাইলৈ ঘোষণা কৰা হ’ব : শিক্ষামন্ত্ৰী

গুণোৎসৱ, ২০২৫-ৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ গুণগত মানৰ ঐক্যসাজ প্ৰদান আৰু মুক্ত, নিকা তথা স্বচ্ছভাৱে মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে বাছনিকৃত তিনিখন জিলাক প্রশংসামূলক বঁটা প্ৰদান ক...

March 26, 2025 8:10 PM

views 19

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ জামিন মঞ্জুৰ

গুৱাহাটীত কালি গ্ৰেপ্তাৰ কৰা পোৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিছে। সাংবাদিকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১১০/২৫ আৰু ১১১/২৫ ধাৰাত ৰুজু কৰা দুটা গোচৰৰ ...

March 26, 2025 8:03 PM

views 19

প্ৰশ্নকাকত ফাদিল তথা পৰীক্ষা বাতিলৰ পাছত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কঠোৰ ব্যৱস্থা

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা পৰীক্ষা বাতিলৰ পাছত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কেইবাটামান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু অপ্ৰাদেশিকীকৃত বিদ্যালয়ত পৰীক্ষা পাতিবলৈ দিয়া নহ'ব। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কেৱল...

March 26, 2025 7:58 PM

views 16

সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ড০ ভূপেন হাজৰিকাৰ চলচ্চিত্ৰ আৰু গীতসমূহৰ সংৰক্ষণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ মাজত আজি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰ অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমশীলতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু সাংস্কৃতি...

March 26, 2025 7:51 PM

views 23

চাৰিটা পক্‌ছ’ গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান ধেমাজি জিলা আৰু ছেচন আদালতৰ

ধেমাজি জিলা আৰু ছেচন আদালতে আজি চাৰিটা পক্‌ছ' গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছে। ইয়াৰে প্ৰথমটো গোচৰত ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত সাক্ষীচৰণ বিশ্বাস নামৰ এজন লোকক দুগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰি ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৩০ হ...

March 26, 2025 1:34 PM

views 14

গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ, প্ৰেছ ক্লাবত প্ৰতিবাদ

গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰে। সাংবাদিকজনৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলে ক'লা বেজ পৰিধান ক...

March 26, 2025 1:32 PM

views 29

গুৱাহাটীৰ শিল্পগ্রামত বিজ্ঞান অনুসন্ধানঃ শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত গুৱাহাটীৰ শিল্পগ্রামত বিজ্ঞান অনুসন্ধানঃ শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই প্ৰতিযোগিতা উদ্বোধন কৰে। অসম বিজ্ঞান প্রযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়িত ৰাজ্যিক পৰ্য...

March 26, 2025 12:43 PM

views 15

২০১১-১২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ ৰাজ্যত মুঠ ঘৰুৱা উৎপাদন বার্ষিক ১২.৪ শতাংশ বৃদ্ধিঃ বিত্তমন্ত্রী অজন্তা নেওগ

২০১১-১২ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষলৈ ৰাজ্যত মুঠ ঘৰুৱা উৎপাদন বার্ষিক ১২ দশমিক ৪ শতাংশ বৃদ্ধি হৈছে বুলি বিত্তমন্ত্রী অজন্তা নেওগে কালি অসম বিধানসভাত প্ৰকাশ কৰে। এই উৎপাদন ২০১১-১২ বৰ্ষৰ ১ লাখ ৪৩ হাজাৰ ১৭৫ কোটি টকাৰ পৰা ৬ লাখ ৪৩ হাজাৰ ৬৬৭ কোটি টকালৈ বৃদ্ধি পাইছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক কয়। বিধায়ক অখিল ...

March 26, 2025 12:40 PM

views 20

অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিৱেশন অনির্দিষ্টকাললৈ স্থগিত

অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিৱেশন অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। যোৱা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰ বিটিচি বিধায়িনী ভৱনত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱা বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ ১৯ ফেব্ৰুৱাৰীৰ পৰা দিছপুৰৰ বিধানসভা ভৱনত অনুষ্ঠিত হয়। ১০ মার্চত বিত্তমন্ত্রী অজন্তা নেওগে সদনত ২০২৫-২৬ বৰ্ষৰ ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।