আঞ্চলিক সংবাদ

March 26, 2025 12:38 PM

views 19

অহা মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক ৰাজ্য চৰকাৰৰ আহ্বান

অহা মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যিক নিৰ্বাচন আয়োগক আহ্বান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি এই বিষয়ে সদৰী কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে নির্বাচনী অধিসূচনা জাৰিৰ দিনটোৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্বাচনত জয়লাভ...

March 26, 2025 12:36 PM

views 22

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলক সাক্ষাৎ কৰি শিলসাকো বিলৰ পুনৰ উজ্জীৱিতকৰণৰ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীৰ বাসভৱনত কালি হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰীয়ে শিলসাঁকো প্ৰকল্পৰ লগতে ৰাজ্যখনত জলজীৱন মিছনৰ ৰূপায়ণক লৈও আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰ...

March 26, 2025 12:33 PM

views 15

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তীব্ৰতৰ প্ৰচাৰ

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰতৰ হৈছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰত অংশ লৈছে। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ ১৪টা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলে কাল...

March 26, 2025 12:30 PM

views 6

ৰাষ্ট্ৰীয় বাঁহ অভিযানৰ অধীনত অসমত ২০১৮- ১৯ বিত্তীয় বৰ্ষৰ পৰা প্ৰায় ১৯ বর্গ কিলোমিটাৰ এলেকাত বাঁহ ৰোপণ

দেশত বাঁহৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় বাঁহ অভিযানৰ অধীনত অসমত ২০১৮- ১৯ বিত্তীয় বৰ্ষৰ পৰা প্ৰায় ১৯ বর্গ কিলোমিটাৰ এলেকাত বাঁহ ৰোপণ কৰা হৈছে। কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে এই বিষয়ে উল্লেখ কৰি কয়, যে বিগত ছটা বছৰত অসমত অভিলেখ হাৰত বাঁহ ৰোপণ কৰা হৈছে।...

March 26, 2025 12:27 PM

views 11

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ অহা ২৯ মার্চত ‘আপুনি কেনে আছে’ শীৰ্ষক বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা ২৯ মার্চ শনিবাৰে গুৱাহাটীৰ দিছপুৰ লাষ্টগেটৰ লোকনির্মাণ বিভাগৰ সন্মিলন ভৱনত ‘আপুনি কেনে আছে’ শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। দিনৰ চাৰে ১০ বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ছটা দশকৰ নজহা-নপমা স্মৃতি ৰোমন্থনৰ লগত...

March 26, 2025 12:25 PM

views 25

গুৱাহাটীৰ বৰ্ষাপাৰাত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত আজি ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ২৩ বছৰীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ গৃহ ৰাজ্যত খেল প্ৰদৰ্শন উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ ...

March 26, 2025 12:24 PM

views 14

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৭ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই...

March 25, 2025 8:13 PM

views 24

আই পি এলত কাইলৈ ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত কাইলৈ ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ গৃহ ৰাজ্যত খেল প্ৰদৰ্শন উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ইতিমধ্যে গুৱাহাটীত আহ...

March 25, 2025 8:11 PM

views 16

অহা ৮ এপ্রিলত সদৌ অসম ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটীৰ জনাৰ্দন দেৱালয়ৰ বালিচন্দা সংঘই অহা ৮ এপ্রিলত সদৌ অসম ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে। দুটা শাখাত হ'বলগীয়া এই প্রতিযোগিতাৰ নিম্ন শাখাত ১৪ বছৰ অনুৰ্দ্ধ আৰু উচ্চ শাখাত ১৪ বছৰ ঊৰ্ধৰ প্ৰতিযোগীয়ে অংশগ্রহণ কৰিব পাৰিব। ইচ্ছুক প্রতিযোগীয়ে এই বিষয়ে সবিশেষ জানিবলৈ বালিচন্দাৰ সম্...

March 25, 2025 8:09 PM

views 13

অহা ২৭ মাৰ্চত সমাহাৰ নাট্য গোষ্ঠীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘ন্যায়’ মঞ্চস্থ

বিশ্ব নাট্য দিৱস উপলক্ষে অহা ২৭ মাৰ্চত সমাহাৰ নাট্য গোষ্ঠীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ‘ন্যায়’ নামৰ নাটকখন মঞ্চস্থ কৰিব। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱণী কুমাৰ ভাগৱতীয়ে সেইদিনা সন্ধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।