আঞ্চলিক সংবাদ

March 25, 2025 8:07 PM

views 28

অহা ২৭ পৰা ২৯ মাৰ্চলৈ গুৱাহাটীৰ নেডফী কনভেনচন কেন্দ্ৰত ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱ

জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্যোগত অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানে অহা ২৭ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ গুৱাহাটীৰ নেডফী কনভেনচন কেন্দ্ৰত ৰাষ্ট্ৰীয় জনজাতি চলচ্চিত্ৰ আৰু সাহিত্য মহোৎসৱৰ আয়োজন কৰিছে। এই মহোৎসৱত চলচ্চিত্ৰ আৰু সাহিত্যৰ জৰিয়তে জনজাতি সম্প্ৰদায়সমূহৰ বর্ণাঢ্য সাংস্কৃতিক ঐতিহ্...

March 25, 2025 8:05 PM

views 12

অসমৰ চাহৰ জি আই টেগ কাৰ্যকৰী কৰিবলৈ বিমল বৰাৰ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ

অসমৰ চাহৰ ভৌগোলিক সূচ্যাংক অর্থাৎ জি আই টেগ কাৰ্যকৰী কৰিবলৈ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। দিছপুৰৰ জনতা ভৱনত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছত কালি মন্ত্ৰীগৰাকীয়ে এই নির্দেশ দিয়ে। এই বৈঠক...

March 25, 2025 8:03 PM

views 34

ৰাজ্যৰ বিভিন্ন স্থানত ডাঃ নোমল মমিনৰ আক্ৰমণৰ ঘটনাক লৈ প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন স্থানত আজি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই গাত হাত লগোৱা বুলি অভিযোগ কৰাৰ ঘটনাক লৈ বিজেপি আৰু অনুসূচিত জনজাতি মৰ্চাই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিজেপিৰ দলীয় কৰ্মীসকলে এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত কং...

March 25, 2025 8:01 PM

views 16

ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক পৰীক্ষা কেন্দ্ৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ

অসম চৰকাৰে এতিয়াৰেপৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক পৰীক্ষা কেন্দ্ৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বিষয়ে সক্রিয়ভাৱে বিবেচনা কৰিছে। আজি ৰাজ্য বিধানসভাত যোৱা ২১ মাৰ্চত হ'বলগীয়া অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা সম্পৰ্কত বিবৃতি দি শিক্ষামন্ত্রী ডাঃ ৰ...

March 25, 2025 7:13 PM

views 32

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুমাৰ তেওঁৰ মন্ত্ৰীসভাৰ সাতগৰাকী মন্ত্ৰীৰ দপ্তৰৰ সাল-সলনি

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুমাই তেওঁৰ মন্ত্ৰীসভাৰ সাতগৰাকী মন্ত্ৰীৰ দপ্তৰৰ সাল-সলনি ঘটাইছে। গৃহমন্ত্ৰীৰ দায়িত্বত থকা কে চাপদাংগাৰ হাতৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য বিভাগ কৰ্তন কৰা হৈছে। ৰাজ্য মন্ত্ৰী লালথিংলভাক ক্রীড়া আৰু যুৱ কল্যাণৰ লগতে পৰ্যটন বিভাগৰো দায়িত্ব দিয়া হৈছে। ছি লালছয়ভুঙাক কল...

March 25, 2025 6:53 PM

views 35

সৰ্বানন্দ সোণোৱালৰ ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন

ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে দেশখন ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দেশখনৰ জ্যেষ্ঠ মন্ত্ৰী ড° এমি খোড়ৰ সৈতে ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ অংশ হিচাপে ভাৰত মণ্ডপ উদ্বোধন কৰে। এই মণ্ডপত ভাৰতৰ সামুদ্রিক উদ্ভাৱন আৰু শক্তি সম্ভাৱনা এই মণ্ডপ ভাৰত আৰু ছিংগাপ...

March 25, 2025 6:51 PM

views 30

গোলাঘাটৰ চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনত তৰাচিৰা বিহু অনুষ্ঠিত

গোলাঘাট জিলাৰ মেৰাপানীৰ হাতীয়ে খোৱা চক্ৰধবজ সমন্বয় ক্ষেত্ৰত ঠেঙাল কছাৰী জনগোষ্ঠীৰ কেন্দ্ৰীয় অধিৱেশনৰ অংশ হিচাপে তৰাচিৰা বিহু অনুষ্ঠিত হৈছে। এই উপলক্ষে অধিৱেশনস্থলীত কমেও দুহেজাৰ নাচনীয়ে খোলাং বুঢ়ী নাচ পৰিৱেশন কৰিব। এই অধিৱেশনত জনগোষ্ঠীটোৰ পৰম্পৰাগত ৰীতি- নীতি, আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰ...

March 25, 2025 7:57 PM

views 18

অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৭ মাৰ্চত বিভিন্ন কাৰ্যসূচীৰে নগাঁও জিলা দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমাৰ নগাঁও শীৰ্ষক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনত সকলো বয়সৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব। দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ ঐতিহ্য বহনকাৰী স্থ...

March 25, 2025 6:48 PM

views 10

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰতৰ হৈছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে আজিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ প...

March 25, 2025 6:16 PM

views 9

গণ প্ৰহাৰত এজন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ওদালগুৰিৰ আৰক্ষীৰ জে পি শৰ্মাক ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ

গণ প্ৰহাৰত এজন লোকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কর্তব্যত গাফিলতিৰ বাবে ওদালগুৰিৰ আৰক্ষী অধীক্ষকে ইকৰাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জে পি শৰ্মাক ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ দিছে। যোৱা ২০ মাৰ্চত ওদালগুৰি জিলাৰ কঠালবাৰী গাঁৱত তামোল চুৰিৰ সন্দেহত লালমোহন ৰায় নামৰ এজন লোক গাঁওবাসীৰ প্ৰহাৰত নিহত হৈছিল আৰু এই সন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।