আঞ্চলিক সংবাদ

April 10, 2025 8:01 PM

views 12

গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত এটা অনুষ্ঠান জীতেন্দ্ৰ সিঙৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৰ্মচাৰী, পেন্সন আৰু ৰাজহুৱা অভিযোগ দপ্তৰৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত অৱসৰ পূৰ্বৰ পৰামৰ্শ কৰ্মশালা আৰু ভাৰতীয় ষ্টেট বেংকৰ নৱম বেংকাৰ সজাগতা অনুষ্ঠান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয়, যে কেন্দ্ৰীয...

April 10, 2025 6:53 PM

views 27

ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন

আজি মহাবীৰ জয়ন্তী। ২৪ সংখ্যক তথা শেষৰ জন জৈন তীর্থংকৰ ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন কৰা হৈছে। জৈন ধৰ্মাৱলম্বীলোকসকলৰ বাবে এই দিনটো অতিকে পৱিত্ৰ বুলি গণ্য কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তী উপলক্ষে জৈন ধৰ্মাৱলম্বী লোকসকললৈ ওলগ জনাইছে। সামাজিক মাধ...

April 10, 2025 6:47 PM

views 9

ৰাজ্যজুৰি ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত

অসমবাসী হেঁপাহৰ ৰঙালী বিহুলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে আপোনজনক উপহাৰ দিয়াৰ বাবে জনসাধাৰণে ব...

April 10, 2025 6:44 PM

views 26

ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহাৰ লগতে বৰষুণ হোৱাৰ জাননী জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যৰ কেইবাখনো জিলা বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কোকৰাঝাৰ, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাত ধুমুহাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ জাননী জাৰি কৰিছে।        পশ্চিম কাৰ্বি আংলং জিলাত আজি অহা প্রবল ধুমুহা...

April 10, 2025 6:42 PM

views 17

কাইলৈ সমাগত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল পৰ্বৰ সামৰণি

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। কাইলৈ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিল পৰ্বৰ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো...

April 10, 2025 12:02 PM

views 27

পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন; ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্রস্তুতি অব্যাহত আছে। কাইলৈ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সামৰণি পৰিব। জিলা প্রশাসনসমূহে নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। কামৰূপ নির্বাচনী জিলাই ৩৮ গৰাকী আৰু ৰঙিয়া সমজিলাই ৪...

April 10, 2025 12:00 PM

views 19

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ প্রথমখন প্রার্থীৰ তালিকা প্ৰকাশ

অহা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে প্রথমখন প্রার্থীৰ তালিকা চূড়ান্ত কৰিছে। বিজেপিয়ে অগপ, ৰাভা-হাছং যৌথ সংগ্রাম সমিতি আৰু গণ শক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্বাচনত ৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত ৩১৮...

April 10, 2025 11:57 AM

views 8

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১২ৰ পৰা ২১ এপ্ৰিললৈ ঘোষিত বন্ধৰ দিনকেইটাত সকলো শিক্ষক-কর্মচাৰীক বিশ্ববিদ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ

ডিব্ৰুগড় বিশ্ববিদ্যালয় কর্তৃপক্ষই ১২ৰ পৰা ২১ এপ্ৰিললৈ ইতিপূর্বে ঘোষণা কৰা বন্ধৰ দিনকেইটাত সকলো শিক্ষক-কর্মচাৰীক বিশ্ববিদ্যালয়ত উপস্থিত থাকিবলৈ আন এটা নিৰ্দেশ জাৰি কৰিছে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই নির্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয় কর্তৃপক্ষই ব'হাগ বিহু, গুড ফ্রাইডে ...

April 10, 2025 11:55 AM

views 11

ভাৰতৰ মাজেৰে পণ্য পৰিবহণৰ বাবে বাংলাদেশক কৰি অহা সুবিধা বাতিল কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বাংলাদেশক প্রদান কৰি অহা ভাৰতৰ মাজেৰে তৃতীয় দেশলৈ পণ্য পৰিবহণৰ সুবিধা বাতিল কৰিছে। বাংলাদেশে ভাৰতৰ শুল্ক বিভাগৰ ষ্টেচন, বন্দৰ আৰু বিমান বন্দৰ ব্যৱহাৰ কৰি ভূটান, নেপাল আৰু ম্যানমাৰসহ কেইবাখনো ৰাষ্ট্ৰলৈ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰি আহিছিল। কেন্দ্ৰীয় চৰকাৰে কালি এখন জাননীযোগে ২০২০ চন...

April 10, 2025 11:53 AM

views 13

ভাৰতৰ মাজেৰে সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত বাংলাদেশক দিয়া পৰিবহণৰ সুবিধা বাতিলৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰণি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ৰপ্তানিকৃত সামগ্রী বিভিন্ন দেশলৈ প্ৰেৰণৰ ক্ষেত্ৰত ভাৰতৰ মাজেৰে বাংলাদেশক দিয়া পৰিবহণৰ সুবিধা প্রত্যাহাৰৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বার্থ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ প্ৰতি থকা কেন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।