আঞ্চলিক সংবাদ

April 10, 2025 11:51 AM

views 12

আজি মহাবীৰ জয়ন্তী; ৰাজ্যবাসীলৈ শুভেচ্ছা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

আজি মহাবীৰ জয়ন্তী। ২৪ সংখ্যক তথা শেষৰজন জৈন তীর্থংকৰ ভগৱান মহাবীৰৰ জন্মবার্ষিকী দেশৰ বিভিন্ন অংশত উলহ-মালহেৰে উদযাপন কৰা হৈছে। জৈন ধৰ্মাৱলম্বীলোকসকলৰ বাবে এই দিনটো অতিকে পৱিত্ৰ বুলি গণ্য কৰা হয় ৷ অসমতো জৈন ধৰ্মাৱলম্বী লোকসকলে ধৰ্মগুৰুগৰাকীৰ জয়ন্তী উলহ-মালহেৰে পালন কৰিছে। মহাবীৰ জয়ন্তী উপলক্ষে মু...

April 10, 2025 11:48 AM

views 13

জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে কৃষিত কু-প্ৰভাৱ পেলায়ঃ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য

জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে কৃষিত কু-প্ৰভাৱ পেলায় বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই প্রকাশ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহত অংশগ্রহণ কৰি ৰাজ্যপালগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে কৃষিৰ স্নাতকসকলে কৃষক, সমাজ আৰু জাতিৰ সেৱাৰ বাবে জ্ঞান আৰু দক্ষতাক ব্যৱহাৰ কৰ...

April 10, 2025 11:46 AM

views 20

ৰঙালী বিহুলৈ মাজত ৩ দিন বাকী; ৰাজ্যৰ চৌদিশে উৎসৱমুখৰ পৰিৱেশ

গছ-বিৰিখে কুঁহিপাত সলাই, কুলি-কেতেকীয়ে গীত জুৰি বসন্তৰ আগজাননী দিয়াৰ লগে লগে অসমবাসী হেঁপাহৰ ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিহুলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎ...

April 10, 2025 11:44 AM

views 21

বিশিষ্ট গল্পকাৰ পাপৰি বৰ্মনলৈ ভাৰতীয় ভাষা পৰিষদৰ যুৱ পুৰস্কাৰ

ৰাজ্যৰ বিশিষ্ট গল্পকাৰ পাপৰি বৰ্মনলৈ ভাৰতীয় ভাষা পৰিষদে চলিত বৰ্ষৰ যুৱ পুৰস্কাৰ আগবঢ়াইছে। গল্পকাৰগৰাকীক অহা ১ মে'ত কলকাতাত আয়োজিত এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত আছে – নগদ ৫১ হাজাৰ টকা, প্রশস্তি পত্ৰ আৰু অংগবস্ত্র। অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে পৰিষদে গল্পকা...

April 10, 2025 11:42 AM

views 29

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২২ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়,...

April 10, 2025 11:41 AM

views 12

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘পৰিৱেশ্য কলাৰ দৃষ্টিৰে বিহু : ঐতিহ্য আৰু ক্ৰমবিকাশ’ শীৰ্ষক আলোচনা-চক্ৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়নকেন্দ্ৰ আৰু বিহু সুৰক্ষা সমিতি অসমৰ যৌথ উদ্যোগত বিশ্ববিদ্যালয়খনৰ হীৰক জয়ন্তী উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰৰ কালি অন্তিম দিনা বিভিন্ন বিষয়ৰ গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৌদ্ধিক আলোচনা অনুষ্ঠিত হয়। পৰিৱেশ্য কলাৰ...

April 10, 2025 11:39 AM

views 13

অৰণ্য মানৱখ্যাত যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনক অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্রী প্ৰদান

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহত কালি অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্রী প্রদান কৰা হয়। বিশ্ববিদ্যালয়খনৰ আচার্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ পৌৰোহিত্যত বিশ্ববিদ্যালয়খনৰ যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত সমাৱ...

April 9, 2025 8:17 PM

views 23

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ পোষণ পষেক ২০২৫ উদযাপন

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে পৰিপুষ্টিৰ সজাগতা, স্বাস্থ্য সজাগতা আৰু সামুহিক সৱলীকৰণৰ বাবে পোষণ পষেক ২০২৫ উদযাপন কৰিছে। এই পষেক পোষণ অভিযান ২.০ৰ অংশ। যাৰ উদ্দেশ্য হৈছে ব্যক্তিগত আৰু সমুহীয়া উন্নতি সাধন কৰা। এই পষেক উদযাপনৰ সময়ত পুৰিপুষ্টি আৰু সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। বিশেষকৈ ...

April 9, 2025 8:07 PM

views 50

হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

গছ-বিৰিখে কুঁহিপাত সলাই, কুলি-কেতেকীয়ে গীত জুৰি বসন্তৰ আগজাননী দিয়াৰ লগে লগে অসমবাসী হেঁপাহৰ ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। উজনিৰ পৰা নামনিলৈ বিহুৰ আখৰা কৰা ডেকাৰ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিহুলৈ মাজত চাৰিটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণৰ মনত উৎ...

April 9, 2025 8:04 PM

views 19

গ্ৰীণ বড়োলেণ্ড অভিযানৰ সৈতে জড়িত কোকৰাঝাৰৰ যুৱ ক্লাবসমূহক চেক বিতৰণ

কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজি গ্ৰীণ বড়োলেণ্ড অভিযানৰ সৈতে জড়িত যুৱ ক্লাবসমূহৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয়। এই উদ্যমৰ অংশ হিচাপে পৰিবেশ অভিযানৰ তৃণমূল পৰ্যায়ত অংশগ্রহণ বৃদ্ধিৰ বাবে ১১৫টা যুব ক্লাবক ৫০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত বি টি চিৰ কার্যবাহী সদস্য সজল সিনহা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।