আঞ্চলিক সংবাদ

April 9, 2025 8:02 PM

views 26

সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ মুৰববীলৈ দীপিকা চৌধুৰীৰ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ মুৰববীলৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি সকলো শিক্ষকে পুৱা ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু নিৰ্ধাৰিত সময়তহে বিদ্যালয় ত্যাগ কৰিব পাৰিব । বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থ...

April 9, 2025 8:00 PM

views 32

কাইলৈ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰাৰ সম্ভাৱনা

অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ অন্তৰ্গত এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ কাইলৈ ঘোষণা কৰাৰ সম্ভাৱনা আছে। যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত এই পৰীক্ষাৰ ফলাফল অভিলেখ সময়ৰ ভিতৰত এইবাৰ ঘোষণা কৰাৰ দিহা কৰা হৈছে। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা সন্দৰ্ভত পৰিষদৰ তৰফৰ পৰ...

April 9, 2025 7:59 PM

views 27

কৌস্তভ গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা নিযুক্তি

চৰকাৰৰ ন্যায়িক বিভাগে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন লোক অধিবক্তা হিচাপে কৌস্তভ গগৈক নিযুক্তি দিছে আৰু জয়ন্ত চুতীয়াক অতিৰিক্ত লোক অধিবক্তাৰ দায়িত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ লোক অধিবক্তা মাখন ফুকনক কিছুদিন পূৰ্বে চৰকাৰে প্ৰচিকিউচন সঞ্চাকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াত উচ্চ ন্য...

April 9, 2025 7:57 PM

views 42

ৰাজ্যৰ বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি তিনিদিনীয়া কাৰ্যসুচীৰে এই মেলাৰ শুভাৰম্ভ কৰা হয়। স্থানীয় বিধায়ক ৰূপসিং তেৰণে আনুষ্ঠানিকভাৱে মুকলি কৰা এই মেলাত বিভিন্ন চৰকাৰী ...

April 9, 2025 7:06 PM

views 32

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াবৰ্গৰ সৈতে জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি দুপৰীয়া দিছপুৰৰ জনতা ভৱনত বিভাগীয় বিষয়াবৰ্গ, অসম স্থাৱৰ সম্পত্তি আৰু আন্তঃগাঁথনি উন্নয়ন সংস্থাৰ প্ৰতিনিধিবর্গ আৰু অনলাইন গৃহ নির্মাণ অনুমতি ব্যৱস্থাৰ ছফ্টৱেৰ ডেভেলপাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন গৃহ অনুমতি প্ৰক্ৰিয়াৰ সৈত...

April 9, 2025 7:04 PM

views 23

২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে মহানগৰ আৰক্ষীৰ কেতবোৰ নিষেধাজ্ঞা

 খানাপাৰা আৰু যোৰাবাটৰ মাজৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰুৰী মেৰামতিৰ বাবে এই পথছোৱাৰে যাতায়াত কৰা যান-বাহনসমূহৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীয়ে কেতবোৰ বিধি নিষেধ আৰোপ কৰিছে। সেই অনুসৰি উজনি অসমৰ পৰা নামনি অসমলৈ অহা সকলোবোৰ মালবাহী ট্রাক কলিয়াবৰ তিনিআলি-তেজপুৰৰ মিছন চাৰিআলি-মঙলদৈ-বাইহাটা চাৰিআলি হৈ চলাচ...

April 9, 2025 7:02 PM

views 23

মিজোৰামত ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ শুভাৰম্ভ

মিজোৰামৰ কেলছিহত থকা ৰাজ্যিক জনজাতীয় সম্পদ কেন্দ্ৰত কালি সন্ধিয়া ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ শুভাৰম্ভ হৈছে। আদিবাসী মুক্তিযোদ্ধা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বছৰজোৰাৰ সৈতে সংগতি ৰাখি এই জনজাতীয় মুক্তিযোদ্ধাসকলক সন্মান জনোৱাৰ লগতে দেশপ্ৰেমৰ অনুভাৱ শক্তিশালী কৰাৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন ক...

April 9, 2025 7:01 PM

views 19

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহ আজি বিশ্ববিদ্যালয়খনৰ যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত এই সমাৰোহত অসম কৃষি আয়োগৰ অধ্যক্ষ ড° হৰিশংকৰ গুপ্তাই সমাৱৰ্তনত ভাষণ দিয়ে। সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু গ...

April 9, 2025 6:59 PM

views 15

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহেজাৰ শিল্পীৰ জিকিৰ পৰিৱেশন

অসম গৰিয়া পৰিষদৰ উদ্যোগত আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহেজাৰ শিল্পীয়ে জিকিৰ পৰিৱেশন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে পৰিৱেশন কৰা মোৰ মনত ভেদভাৱ নাই অ আল্লাহ শীৰ্ষক জিকিৰে কলাক্ষেত্ৰৰ বাকৰি মুখৰিত কৰি তোলে। অসম গৰিয়া পৰিষদৰ নেতৃবৃন্দই অসমীয়া সংস্কৃতিৰ গুৰ...

April 9, 2025 6:55 PM

views 27

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰহিলৈ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নির্বাচনী তৎপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।