আঞ্চলিক সংবাদ

May 5, 2025 6:26 PM

views 24

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰ...

May 5, 2025 6:18 PM

views 27

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি পৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি ...

May 5, 2025 1:15 PM

views 35

অহা ৯ মে’ৰ পৰা ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু

অহা ৯ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু অনুষ্ঠিত হ'ব। প্ৰথমদিনাৰ কাৰ্যসূচী মতে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন কৰাৰ লগতে বিহু দলসমূহক আদৰণি জনোৱা হ'ব। দ্বিতীয় দিনা কপৌ ফুল আৰু অন্য গছৰ পুলি ৰোপণ কৰা হ'ব। দিনৰ ভাগত গামোচা প্রতিযোগিতা অনুষ্ঠিত হ'ব। সেইদিন...

May 5, 2025 1:09 PM

views 23

আকাশবাণীৰ পাব্লিক স্পীকত আজি ড° অনুপম প্ৰকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্ৰীষ্মৰ দিনত সুৰক্ষিতভাৱে থকা সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড° আৰ কে জেনামানি আৰু লেডী হার্ডিঞ্জ চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ড° অনুপম প্ৰকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আ...

May 5, 2025 12:50 PM

views 25

দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীৰ এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰক্ষীয়ে কালি আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নালউদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্রাফুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই ব...

May 5, 2025 12:47 PM

views 37

অসম বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ দাখিল

 অসম বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অনৈতিক আৰু যৌন ইংগিতপূর্ণ আচৰণ কৰা বুলি অভিযোগ তুলি বিশ্ববিদ্যালয়ৰ আৰক্ষী চকীত এখন লিখিত অভিযোগ দাখিল কৰিছে। অভিযুক্ত অধ্যাপকগৰাকীয়ে দীৰ্ঘদিন ধৰি ছাত্ৰীৰ প্ৰতি অনৈতিক, যৌন ই...

May 5, 2025 12:45 PM

views 17

অহা মাহৰ শেষৰফালে মিজোৰামৰ আইজল ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

মিজোৰামৰ ৰাজধানী আইজলৰ সৈতে অহা মাহৰ শেষৰফালে ৰে'ল যোগাযোগ স্থাপনৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা মতে অহা মাহৰ শেষৰ ফালে মিজোৰামৰ ভৈৰৱী চাইৰাং ৰে'লপথ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই প্ৰ...

May 5, 2025 12:42 PM

views 24

জাপানৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলৰ জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন

জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেন্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে কালি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযূষ হাজৰিকা আৰু বিমল বৰাৰ উপস্থিতিত দলটোৱে প্ৰকল্পস্থলীৰ বিভিন্ন দিশৰ বুজ লয়। ...

May 5, 2025 12:38 PM

views 42

পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্রহণ হোৱা ৪৪ টা কেন্দ্ৰত প্ৰায় ৭৮. ১ শতাংশ ভোটদান

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত ব্যাঘাত জন্মা ৫ খন জিলাৰ মুঠ ৪৪ টা কেন্দ্ৰত কালি হোৱা পুনৰ ভোটগ্রহণ ৭৮. ১-০ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ২ মে’ত হোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত বিক্ষিপ্ত ঘটনা, বেলট বিসংগতিকে ধৰি বিভিন্ন কাৰণত এই কেন্দ্র...

May 5, 2025 12:34 PM

views 28

আজি বিয়লি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ সামৰণি

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি চাৰে ৪ বজাত সামৰণি পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে। ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, ন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।