আঞ্চলিক সংবাদ

May 4, 2025 9:05 PM

views 77

জাপানৰ প্ৰতিনিধি দলৰ ভ্রমণে অসম আৰু জাপানৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’বঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে আজি আই আই টি গুৱাহাটীৰ আমিনগাঁৱত থকা আছিয়ান ৱান টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন কৰে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত এই দলটোৱে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় আৰ...

May 4, 2025 7:43 PM

views 34

১৯ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰি বন্ধ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে অহা ১৯ মে'ৰ পৰা জীপ চাফাৰি বন্ধ কৰা হ'ব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পথসমূহ বোকাময় হৈ পৰাৰ বাবে কর্তৃপক্ষই এই সিদ্ধান্ত গ্রহণ কৰে। উল্লেখযোগ্য যে উদ্যানখনত যোৱা ৩০ এপ্ৰিলত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছিল। অ...

May 4, 2025 7:49 PM

views 51

ৰাজ্যৰ ৫ খন জিলাৰ ৪৪টা ভোটগ্রহণ কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পুনৰ ভোটগ্ৰহণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত হোৱা ভোটগ্ৰহণৰ সময়ত বিভিন্ন বিক্ষিপ্ত ঘটনা বা অন্যান্য কাৰণত ভোটগ্ৰহণত ব্যাঘাত জন্মা ৫ খন জিলাৰ মুঠ ৪৪টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হয়। পুনৰ ভোটগ্রহণ হোৱা কেন্দ্ৰকেইটাৰ ভিতৰত হাইলাকান্দি জিলাৰ সৰ্বাধিক ৩২টা, শ্রীভূমিৰ ৮টা, লখিমপুৰত ২টা, গোলাঘাট আৰু মা...

May 4, 2025 7:34 PM

views 47

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন

৭ মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুনকৈ জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত আজাৰাৰ মাজিৰগাঁৱত প্ৰচাৰ চলায়। তেওঁ পলাশবাৰী আৰু কাঁহিকুছিতো নির্বাচ...

May 4, 2025 7:03 PM

views 72

জাপানৰ প্ৰতিনিধি দলৰ আই আই টি গুৱাহাটীত থকা আছিয়ান ৱান টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন

জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেন্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে আজি আই আই টি গুৱাহাটীৰ আমিনগাঁৱত থকা আছিয়ান ৱান টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন কৰে। মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ উপস্থিতিত এই দলটোৱে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় আ...

May 4, 2025 12:30 PM

views 31

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

৭ মে’ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসকীয় বিজেপিৰ লগতে মিত্রদল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছৰ উপৰি অন্যান্য ৰাজনৈতিক দল তথা নির্দলীয় প্রার্থীসকলে ও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চল...

May 4, 2025 12:22 PM

views 30

সংবাদ চলন্তিকাত আজি মুম্বাই ৱেভছ ২০২৫ সন্মিলনত অংশগ্ৰহণ কৰা অসমৰ প্রতিনিধিৰে বাৰ্তালাপ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মুম্বাইত অনুষ্ঠিত ৱেভছ ২০২৫ সন্মিলনত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকীও প্রতিনিধিয়ে তেওঁলোকৰ মন্তব্য আগবঢ়াব। এই অনুষ্ঠানটোৰ পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি ...

May 4, 2025 12:19 PM

views 30

আবৃত্তিৰ বিশ্বজনীন ধাৰাৰ লগতে অসমীয়া আবৃত্তিৰ স্বকীয় ধাৰা এটা অব্যাহত ৰখাত শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীৰ গুৰুত্ব আৰোপ

আকাশবাণীযোগে প্ৰচাৰিত অসমত আবৃত্তিৰ ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত অনুষ্ঠানত কালি কেবাগৰাকীও আবৃত্তিকাৰে আবৃত্তিক বিদ্যায়তনিক দিশত তথা পৰিবেশ্য কলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত বিশিষ্ট আবৃত্তিকাৰ, শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী, ভট্টদেৱ বিশ্ব...

May 4, 2025 12:07 PM

views 68

জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলৰ তিনিদিনীয়া অসম ভ্রমণসূচী আৰম্ভ

জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল কালি তিনিদিনীয়া ভ্রমণসূচীৰে অসমত উপস্থিত হয়। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী নন্দিতা গালোচা আৰু মুখ্য সচিব ড০ ৰবি কোটাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্...

May 3, 2025 7:40 PM

views 32

সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস পালন

সংবাদ মাধ্যমৰ কৰ্মীসকলৰ মত প্ৰকাশৰ স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে আজি সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস পালন কৰা হৈছে। ৰিপোৰ্টাৰ্ছ উইডাউত বাউণ্ডেৰীছ আৰু আন ভালেকেইটা সংস্থাই এই দিৱসৰ সময়তে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশৰ ৰেংকিং প্ৰকাশ কৰে। ইউনেস্কোৰ উ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।