আঞ্চলিক সংবাদ

May 18, 2025 12:22 PM

views 14

ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰ ক্রীড়া আন্তঃগাঁথনি নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা বা ব্যক্তিগত সমাবেশ নিষিদ্ধ কৰা হৈছে

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা চৌকিদিঙি খেলপথাৰত চলি থকা উন্নীতকৰণৰ কাম তথা ক্রীড়া আন্তঃগাঁথনি নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্ত্তী তিনি মাহলৈ খেলপথাৰখনত সকলো ধৰণৰ অনুষ্ঠান, মেলা আদিৰ উপৰি যিকোনো ৰাজহুৱা বা ব্যক্তিগত সমাবেশ নিষিদ্ধ কৰা হৈছে। পৰৱৰ্ত্তী নির্দেশ নিদিয়া পর্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব বু...

May 18, 2025 12:18 PM

views 32

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে সোমবাৰৰ পৰা বন্ধ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে সোমবাৰৰ পৰা বন্ধ হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনত ২০২৪-২৫ পর্যটন বৰ্ষৰ অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই যোৱা ১ মে'ত হাতী চাফাৰী বন্ধ কৰিছিল। হাতী চাফাৰী বন্ধ হোৱাৰ পাছত পৰ্যটকৰ বাবে উদ্যানখনত জীপ চাফাৰী উপলব্ধ আছিল। ২০২৪-২৫ পর্যটন বর্ষত প্রায় ৫ লক্ষ পর্যটকে ক...

May 18, 2025 12:14 PM

views 19

২০২৫-২৬ শিক্ষাবর্ষত পেৰামেডিকেল ডিগ্রী আৰু ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৬ জুলাইত প্ৰৱেশ পৰীক্ষা

ৰাজ্য চৰকাৰেৰ এখন অধিসূচনা যোগে ২০২৫-২৬ শিক্ষাবর্ষত পেৰামেডিকেল ডিগ্রী আৰু ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাওঁ, কোকৰাঝাৰ, নলবাৰী, ধুবুৰীৰ পৰীক্ষাকেন্দ্ৰসমূহত অহা ৬ জুলাইত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত...

May 18, 2025 12:02 PM

views 33

ভাৰতে ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে খেলিব

ভাৰত আজি অৰুণাচল প্ৰদেশৰ গল্ডেন জুবলী ষ্টেডিয়ামত হ'বলগীয়া ১৯ বছৰ অনুৰ্ধ ছাফ ফুটবল প্রতিযোগিতাৰ ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া সাত বজাত আৰম্ভ হ'ব। গ্ৰুপ পৰ্যায়ত শ্রীলংকাক ৮-০, নেপালক ৪-০ আৰু শুকুৰবাৰে চেমিফাইনেলত মালদ্বীপক ৩-০ গলত পৰাস্ত কৰা ভাৰতীয় দল যথেষ্ট ভাল ফর্মত আছে।...

May 18, 2025 11:50 AM

views 26

কুকি ছাত্র সংগঠন কে এছ অ’ৰ দিল্লীৰ অধ্যক্ষ পাঅ’ জাখুপ গুইটেৰ বিৰুদ্ধে মণিপুৰ আৰক্ষীৰ গোচৰ ৰুজু

মণিপুৰ আৰক্ষীয়ে কুকি ছাত্র সংগঠন কে এছ অ'ৰ দিল্লীৰ অধ্যক্ষ পাঅ' জাখুপ গুইটেৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ'ৰ সংক্ৰান্তত গোচৰ ৰুজু কৰিছে। ভিডিঅ'টোত গুইটেই এখন জনসভাত ভাষণ দি কুকি বসতিপ্রধান অঞ্চলত মেইটেই সম্প্ৰদায়ৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছিল। মেইটেই সম্প্ৰদায়ৰ লোক ...

May 18, 2025 11:40 AM

views 29

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত চুক্তিপত্র বিনিময় অনুষ্ঠান

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ভিন্ন কাৰ্যসূচী হাতত লৈছে। ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত চুক্তিপত্র বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি শক্তি বিভাগত যুটীয়া পদক্ষেপৰ উদ্...

May 18, 2025 11:23 AM

views 24

২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পঞ্জীয়ন ২৪ মে’লৈ পুনৰ মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিষদৰ অধীনৰ সকলো বিদ্যালয়ত ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পঞ্জীয়ন আজিৰ পৰা ২৪ মে’লৈ পুনৰ মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে। এই অনলাইন পঞ্জীয়ন ১৫ মে'ত বন্ধ কৰি দিয়া হৈছিল। পৰিষদে নিৰ্দেশনাৰ জৰিয়তে ধন আদায় দিয়াৰ শেষ তাৰিখ ২৮ মে...

May 18, 2025 11:16 AM

views 20

কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰতা মুক্ত গাঁও সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছেঃ কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰতা মুক্ত গাঁও সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা ৫৫ হাজাৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং ...

May 17, 2025 9:01 PM

views 11

অসমৰ বাবে পুনৰ প্ৰধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৭৬ হাজাৰ বাসগৃহৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে পুনৰ প্ৰধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৭৬ হাজাৰ বাসগৃহৰ অনুমোদন জনাইছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি প্রধানমন্ত্রী আৱাস যোজনা, গ্রামীণৰ অধীনত ৫৫ হাজাৰ হিতাধিকাৰীৰ গৃহ প্ৰ...

May 17, 2025 8:59 PM

views 17

ধুবুৰীৰ বিলাসীপাৰাৰ লগতে ৰাজস্থান-তেলেংগানাত অসম আৰক্ষীৰ অভিযান, ভুৱা ছিম কাৰ্ডৰ বৃহৎ‍ চক্ৰ উৎখাত

অসম আৰক্ষীৰ বিশেষ কাৰ্য বাহিনীয়ে ধুবুৰীৰ বিলাসীপাৰাৰ লগতে ৰাজস্থান আৰু তেলেংগানাত পৃথকে অভিযান চলাই ভুৱা ছিম কাৰ্ডৰ এটা বৃহৎ‍ চক্ৰ উৎখাত কৰিছে। অভিযানকাৰী দলে ৰাজস্থান, তেলেংগানা আৰু ধুবুৰীৰ পৰা ৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ১৪ জনক আটক কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।