May 19, 2025 1:24 PM
39
বন বিভাগৰ ভূমি অবৈধভাৱে আৱণ্টন দিয়া সন্দৰ্ভত এছ আই টি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বন বিভাগৰ ভূমি অবৈধভাৱে কোনো ব্যক্তি, প্রতিষ্ঠানক আৱণ্টন দিয়া সন্দৰ্ভত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে বিশেষ তদন্তকাৰী গোট এছ আই টি গঠন কৰিবলৈ সকলো ৰাজ্যৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসনক নির্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাৱাই, ন্যায়াধীশ আগষ্টাইন জর্জ মছি আ...