আঞ্চলিক সংবাদ

May 19, 2025 8:11 PM

views 26

হাটশিঙিমাৰীত পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ মুকলি

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি এটা পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ মুকলি কৰা হয়। জিলা আৰু ছেছন ন্যায়াধীশ সঞ্জয় হাজৰিকাই আজি এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত স্থাপিত এই পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰটোৰ জৰিয়তে ...

May 19, 2025 8:07 PM

views 31

দেশবিৰোধী মন্তব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ ৭১ জন লোকক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান চলাই এতিয়ালৈকে বিভিন্ন জিলাৰ পৰা ৭১ জন লোকক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত কোকৰাঝাৰৰ পৰা ৰূপচান্দ আলী, গোৱালপাৰাৰ পৰা ৰছিদ মণ্ডল আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰাজু শ্বেইখ নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্...

May 19, 2025 8:04 PM

views 39

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত আছে। গোৱালপাৰা পৌৰসভাৰ উদ্যোগত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা উলিওৱা ত্ৰিৰংগ যাত্ৰাত জিলাখনৰ প্ৰাক্তন সৈনিকসকলৰ লগতে শতাধিক লোকে অংশগ্রহণ কৰে। বৰপেটা জিলাতো আজি নাগৰিক সমাজৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ পৰা ত্ৰিৰংগ যাত্ৰা উলিওৱা হয়। জিল...

May 19, 2025 7:56 PM

views 23

শিলচৰত ৬৪ সংখ্যক ভাষা ছহিদ দিৱস পালন

১৯৬১ চনৰ ১৯ মে'ত বাংলা ভাষাৰ অধিকাৰৰ বাবে প্ৰাণ আহুতি দিয়া শিলচৰৰ ১১ গৰাকী ছহিদ স্মৃতিত আজি শিলচৰ নগৰত ৬৪ সংখ্যক ভাষা ছহিদ দিৱস পালন কৰা হয়। শিলচৰ ৰে'ল ষ্টেচনৰ ছহিদ বেদী, শ্মশান ঘাটৰ ছহিদ বেদী আৰু গান্ধীবাগৰ স্মৃতি সৌধত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে মাতৃভাষাৰ হকে প্ৰাণ আহুতি দিয়া ছহিদকেইগৰাকীলৈ শ্ৰদ...

May 19, 2025 7:49 PM

views 38

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ আহ্বান জনাইছে। আজি গুৱাহাটীত বন্দৰ আৰু নদী পৰিবহণ খণ্ডৰ কাম-কাজৰ এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে কয়, যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰতে এটা লাইট ...

May 19, 2025 7:44 PM

views 20

বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পর্যালোচনা বৈঠকত অধ্যক্ষতা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কৰ ভৱনত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সমন্বিত বস্তু আৰু সেৱা কৰ, আই জি এছ টি সংগ্ৰহৰ বৰ্তমান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ আই জি এছ টি সংগ্রহ বৃদ্ধি কৰিবলৈ প্ৰ...

May 19, 2025 7:36 PM

views 30

চলিত পর্যটন বৰ্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাৰ তৃতীয় স্থানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত পর্যটন বৰ্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে। ২০২৪-২৫ পৰ্যটন বৰ্ষত ৪ লাখ ৪৩ হাজাৰ পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। ইয়াৰ পৰা ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যানখনৰ সঞ্চালক ড° সোণালী ঘোষে প্ৰকাশ কৰিছে। যোৱা...

May 19, 2025 1:40 PM

views 17

সাংসদ দিলীপ শ‍ইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত

অসম প্রদেশ বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াক ২০২৫ চনৰ সংসদ ৰত্ন বঁটা বাবে মনোনীত কৰা হৈছে। ৰাষ্ট্ৰীয় অন্যান্য পিছপৰা আয়োগৰ অধ্যক্ষ হংসবাজ গংগাৰাম অহিবৰ নেতৃত্বাধীন জুৰিৰ বোর্ডে সাংসদ শ‍ইকীয়াক এই বঁটাৰ বাবে মনোনীত কৰিছে। প্রাইম পইণ্ট ফাইণ্ডেচনে ২০১০ চনৰ পৰা সংসদ ...

May 19, 2025 1:37 PM

views 20

বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ

বাংলাদেশৰ পৰা ভাৰতৰ মাজেৰে পণ্য ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰে। এই অনুসৰি এতিয়াৰে পৰা বাংলাদেশৰ বস্ত্র, খাদ্য বস্তু, পানীয় আৰু প্লাষ্টিকৰ সামগ্রী উত্তৰ-পূৰ্বাঞ্চলৰ স্থলপথেৰে ভাৰতলৈ ৰপ্তানিত নিষেধাজ্ঞা আ...

May 19, 2025 1:32 PM

views 10

তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা ১৫ জুনৰ পৰা আৰম্ভ

অসম চৰকাৰৰ পূৰ্বে অনুষ্ঠিত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফলৰ পাছত এই পদসমূহত নিযুক্তিৰ বাবে ব্যৱহাৰিক আৰু মৌখিক পৰীক্ষা অহা ১৫ জুনৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কালি এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ এই গোটেই প্ৰক্ৰিয়াটো এমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।