আঞ্চলিক সংবাদ

May 28, 2025 11:56 AM

views 10

চৰাইদেউৰ সোণাৰি বিধানসভা সমষ্টিৰ ১৮৮ গৰাকী ৰোগীৰ মাজত মুখ্যমন্ত্রী চিকিৎসা সাহায্য পুঁজিৰ চেক বিতৰণ

চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ ১৮৮ গৰাকী ৰোগীৰ মাজত মুখ্যমন্ত্রী চিকিৎসা সাহায্য পুঁজিৰ অধীনত কালি আর্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত আয়োজিত এটা অনুষ্ঠানত এই চেকসমূহ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত চৰাইদেউ জিলা বিজেপিৰ সভানেত্রী নিতুমণি প্ৰধানৰ লগতে আন ...

May 28, 2025 10:38 AM

views 14

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৬৯গৰাকী ব্যক্তিক পদ্ম সন্মান প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত পদ্ম সন্মান প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত ৬৯ গৰাকী ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰে। অনুষ্ঠানত ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৯ গৰাকীক পদ্ম ভূষণ আৰু ৫৭ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। প্ৰাক্তন মুখ্য ন্যায়...

May 28, 2025 10:35 AM

views 16

দেশত কাইলৈৰ পৰা বিকশিত কৃষি সংকল্প অভিযান

দেশত কাইলৈ বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত ওড়িশাৰ পুৰীৰ পৰা এই অভিযান আৰম্ভ কৰা হ'ব। অহা ১২ জুনলৈ চলিবলগীয়া এই অভিযানত সমগ্ৰ দেশৰ ৭০০ৰো অধিক জিলা সামৰি লোৱা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ...

May 28, 2025 10:30 AM

views 20

চলিত বৰ্ষৰ ২৮ জুনৰ পৰা ভাৰতীয় ৰেলৱেৰ ‘ভাৰত-ভূটান মিষ্টিক মাউণ্টেইন ট্যুৰ’

ভাৰতীয় ৰেলৱে চলিত বৰ্ষৰ ২৮ জুনৰ পৰা হ'বলগীয়া ৰোমাঞ্চকৰ 'ভাৰত-ভূটান মিষ্টিক মাউণ্টেইন ট্যুৰ' উপলক্ষে  ভাৰত গৌৰৱ শীত তাপ নিয়ন্ত্ৰিত পৰ্যটন ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেলৱে ব'ৰ্ডৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে আকাশবাণী নিউজৰ সৈতে হোৱা কথা-বতৰাত কয় যে দিল্লীৰ চফদৰজং ষ...

May 28, 2025 10:26 AM

views 14

আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৬ উইকেটত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰপ্ৰাপ্ত অধিনায়ক জিতেশ শৰ্মাৰ ৮৫ আৰু বিৰ...

May 27, 2025 8:05 PM

views 31

লংকাৰ দুই নম্বৰ ৰে’ল গে’টৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণ সেতুখন অহা ৩১ আগষ্টৰ ভিতৰত মুকলি

হোজাই জিলা আয়ুক্তই লংকাৰ দুই নম্বৰ ৰে'ল গে’টৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণ সেতুখন অহা ৩১ আগষ্টৰ ভিতৰত মুকলি কৰি দিয়া হ'ব বুলি আশ্বাস দিছে। উল্লেখযোগ্য যে বিগত ৭-৮ বছৰ ধৰি লংকা চহৰলৈ প্ৰৱেশ কৰা মূল পথৰ দুই নম্বৰ ৰে'ল গে’টৰ ওপৰত উৰণ সেতুখন নিৰ্মাণ হৈ আছে। উৰণ সেতুখন লেহেমীয়া গতিত নিৰ্মাণ হৈ থকা পৰিপ্ৰেক...

May 27, 2025 8:03 PM

views 35

প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতবীয় সামগ্ৰী উদ্ধাৰ মহানগৰ আৰক্ষীৰ

গুৱাহাটীৰ চানমাৰী আৰক্ষীয়ে মহানগৰীখনৰ বিভিন্ন ডেম্পৰ পৰা যোৱা কেইদিনত প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতবীয় সামগ্ৰী উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত মটৰ গাড়ীৰ অংশ থকা ৫০ কেজি ওজনৰ এশটা বেগ, কাহ পিতলৰ সামগ্ৰীৰ ২ হেজাৰ কেজি ওজনৰ বস্তা, পূজা সামগ্ৰী, তামৰ তাঁৰ, লোহা আৰু এলুম...

May 27, 2025 8:00 PM

views 47

কটন কলেজৰ ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

কটন কলেজৰ ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচার্য শান্তিশ্রী ধুলিপুড়ী পণ্ডিত সাংসদ বিজুলী কলিতা মেধি, অসম চৰকাৰৰ মহাধিবক্তা তথা বি চি চি আইৰ সচিব দেৱজিৎ শ‍ইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্য...

May 27, 2025 7:57 PM

views 23

অহা ২৯ মে’ৰ পৰা ১২ জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন

কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ে অহা ২৯ মে'ৰ পৰা ১২ জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে- কৃষকৰ মাজত অঞ্চলভিত্তিক বহনক্ষম প্ৰযুক্তিৰ বিষয়ে অৱগত কৰা, সাৰ ব্যৱহাৰৰ বাবে ভূমি স্বাস্থ্য সন্দৰ্ভত আলোচনা, চৰকাৰী আঁচনি আৰু নীতি সম্পৰ্কে তথ্য প্ৰচাৰ আৰু ভৱিষ...

May 27, 2025 7:54 PM

views 39

পলাশবাৰী – শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ কাম অহা ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি নিৰ্মাণকাৰী সংস্থাটোৰ প্ৰকাশ

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান পলাশবাৰী - শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ কাম অহা ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। দলং নিৰ্মাণৰ দায়িত্বত থকা এল এণ্ড টি সংস্থাই আজি এখন সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। এই দলংখন উত্তৰ পূৱৰ ভিতৰতে অত্যাধুনিক দলং হব বুলি সংস্থাটোৱে উল্লেখ কৰে। প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।