আঞ্চলিক সংবাদ

May 28, 2025 12:19 PM

views 8

নতুন দিল্লীত যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক পদ্মভূষণ সন্মান প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান অনুষ্ঠানত ৬৯ গৰাকী ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰে। অনুষ্ঠানত ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৯ গৰাকীক পদ্ম ভূষণ আৰু ৫৭ গৰাকীক পদ্মশ্ৰী সন্মানেবে বিভূষিত কৰা হয়। এই অনুষ্ঠানত অসমৰ যশস্...

May 28, 2025 12:17 PM

views 18

অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ অনুসন্ধান শাখাক দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ সৈতে একত্ৰীকৰণৰ নিৰ্দেশ জাৰি

অসম চৰকাৰে অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ অনুসন্ধান শাখা অর্থাৎ বি আই ই অ’-ক দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ সৈতে একত্ৰীকৰণৰ আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এখন জাননীযোগে এই নির্দেশ জাৰি কৰে। এই অনুসৰি বৰ্তমানৰ বি আই ই অ’-ৰ সকলো পদৰ কৰ্ম...

May 28, 2025 12:13 PM

views 12

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে জ্যেষ্ঠ অধিবক্তা শ্বামিমা জাহানৰ শপতগ্রহণ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্বামিমা জাহানে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপতগ্রহণ কৰে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে শ্বামিমা জাহানক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। ইপিনে...

May 28, 2025 12:11 PM

views 9

ডিব্ৰুগড়-নতুন দিল্লীৰ মাজত চলাচল কৰা 12423, 12424 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ পুনৰ ডিফু ষ্টেচনত ৰখোৱাৰ সিদ্ধান্ত

ৰে’ল মন্ত্ৰালয়ে ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা 12423, 12424 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ পুনৰ ডিফু ষ্টেচনত ৰখোৱাৰ সিদ্ধান্ত লৈছে। ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিছ’ৱে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক কৰা অনুৰোধমৰ্মে ৰে'ল বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে পূর্বতে এই ৰাজধানী এক্সপ্...

May 28, 2025 12:09 PM

views 7

গুৱাহাটীৰ বিভিন্ন ডেম্পত আৰক্ষীৰ অভিযান; প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি সামগ্ৰী উদ্ধাৰ

গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে মহানগৰীখনৰ বিভিন্ন ডেম্পৰ পৰা যোৱা কেইদিনত প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতবীয় সামগ্ৰী উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত মটৰ গাড়ীৰ অংশ থকা ৫০ কেজি ওজনৰ এশটা বেগ, কাঁহ-পিতলৰ সামগ্ৰীৰ ২ হেজাৰ কেজি ওজনৰ বস্তা, পূজাৰ সামগ্ৰী, তামৰ তাঁৰ, লোহা আৰু এল...

May 28, 2025 12:07 PM

views 16

বিটিআৰৰ নিৰ্বাচনত ৪০টা সমষ্টিতে বিজেপিয়ে প্রার্থী দিব বুলি ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ ঘোষণা

বিটিআৰৰ নিৰ্বাচনত ৪০টা সমষ্টিতে বিজেপিয়ে প্রার্থী দিব বুলি দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই ঘোষণা কৰিছে। কালি ওদালগুৰিত বিজেপিৰ সক্ৰিয় কার্যকর্তা সভা আৰু যোগদান কার্যসূচীত অংশগ্রহণ কৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে এই কথা প্রকাশ কৰে। এন ডি এত অসম গণ পৰিষদ, বিজেপি আৰু ইউ পি পি এলৰ মিত...

May 28, 2025 12:04 PM

views 15

ৰাজ্যৰ ২৬খন জিলাৰ ৩,২৫০খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি কাইলৈৰ পৰা বিকশিত কৃষি সংকল্প অভিযান

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কাইলৈৰ পৰা ১২ জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে- দেশৰ ৭০০খন জিলাৰ প্ৰায় ডেৰ কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত ২৬ খন জিলাৰ ৩ হাজাৰ ২৫০ খন গাঁও আৰু ৫ লাখৰো অধিক কৃষকক সামৰি ল...

May 28, 2025 12:02 PM

views 14

চলিত বছৰত প্ৰকাশ পাব দেউৰী-অসমীয়া-ইংৰাজী অভিধান

অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ ভাষাটো সুৰক্ষিত কৰাৰ বাবে ১০ হাজাৰ শব্দ সামৰি দেউৰী-অসমীয়া-ইংৰাজী অভিধান চলিত বছৰতে প্ৰকাশ পাব। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা চমুকৈ এবিলেকে এই ত্রিভাষিক অভিধানখন প্ৰস্তুত কৰাৰ বাবে শেষৰখন কৰ্মশালাৰ আয়োজন কৰিছে। ২০১৩ চনতে এই অভিধানখন প্ৰণয়ন কৰাৰ কাম আৰম্ভ হ...

May 28, 2025 12:00 PM

views 10

বিশ্বনাথ জিলাৰ কৃষকসকলক প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা কৰিবলৈ জিলা কৃষি বিভাগৰ আহ্বান

কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত বিশ্বনাথ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য বীমা কৰোৱা কৃষকসকলৰ শস্য, প্রাকৃতিক দুর্যোগ অথবা কীট-পতংগই অনিষ্ট কৰিলে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিয়া হ'ব। এই আঁচন...

May 28, 2025 11:58 AM

views 15

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আয়ুক্তৰ সভাপতিত্বত শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ সভা

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা আয়ুক্তৰ সভাপতিত্বত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত শিক্ষা বিভাগৰ এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ চাহ বাগিচা অঞ্চলত অৱস্থিত ২৩০ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রধানমন্ত্রী চাহ শ্রমিক প্রোৎসাহন যোজনাৰ অধীনত পুঁজিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।