May 27, 2025 7:49 PM
36
অসমৰ ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণ সন্দৰ্ভত অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাত কৰি অসমৰ ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কেইবাটাও পদক্ষেপ সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰে। এই আলোচনাকালত ৰাজ্যখনলৈ সামগ্ৰী পৰিবহনৰ সমস্যা লাঘব কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ...