May 29, 2025 12:45 PM
19
মহানগৰীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত
গুৱাহাটী মহানগৰীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে। আজি পুৱাৰ ভাগত মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্রিম বানৰ ফলত কৰ্মক্ষেত্ৰলৈ যাত্ৰা কৰা লোকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বাৰুকৈ অসুবিধাৰ সন্মুখীন হয়। বিদ্যালয় অভিমুখী ছাত্র-ছাত্রীসকল বহুসময় ধৰি পথত আবদ্ধ ...