আঞ্চলিক সংবাদ

June 4, 2025 8:01 PM

views 28

২০২৭ চনৰ ১ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ জাতি-ভিত্তিক লোকপিয়লৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২৭ চনৰ মাৰ্চক ভিত্তি-তাৰিখ হিচাপে লৈ সমগ্ৰ দেশতে জাতি-ভিত্তিক লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই আজি নতুন দিল্লীত প্ৰকাশ কৰা অনুসৰি লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ তুষাৰপাত হোৱা অঞ্চলসমূহত ইয়াৰ বাবে ২০২৬ চনৰ ১ অক্টোবৰক ভিত্তি...

June 4, 2025 7:57 PM

views 44

অসম মন্ত্রীসভাত ডিমা হাচাওৰ পাঁচটা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই আজি ডিমা হাচাও জিলাৰ পাঁচটা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে। ১৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পাঁচটা পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ কাম বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছতে আৰম্ভ কৰা হ'ব। আজি দিছপুৰ অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষ...

June 4, 2025 7:35 PM

views 31

২০ খন জিলাৰ ৬,১৭,০০০ৰো অধিক লোক এতিয়াও বানৰ কবলত

যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও ২০ খন জিলাৰ ৬ লাখ ১৭ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৰাজ্যখনৰ এহেজাৰ ৪৮৯ খন গাঁৱৰ ১৪ হাজাৰ ৭৩৯ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ২২৩ টা আশ্রয় শিবিৰত ৩৯ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। যোৱা ২৪ ঘণ্টাত হ...

June 4, 2025 2:09 PM

views 15

কাছাৰৰ বানপীড়িতৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাছাৰ জিলাত উপস্থিত হৈ ছটা আশ্রয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ লগতে বানপীড়িতসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে বৰাক নদী যদিও বিপদসীমাৰ ওপৰেৰে বৈ আছে এতিয়ালৈকে কোনো ঠাইতে মথাউৰি ছিগা নাই। পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসনে সতর্ক ...

June 4, 2025 2:07 PM

views 31

ৰাজ্যৰ ২১খন জিলাৰ ৬ লাখ ৩৩ হাজাৰৰো অধিক লোক বানৰ কবলত; ১৯জন লোকৰ মৃত্যু

যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও ২১ খন জিলাৰ ৬ লাখ ৩৩ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ এহেজাৰ ৫০৬ খন গাঁৱৰ ১৪ হাজাৰ ৭৩৯ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ২২৩ টা আশ্রয় শিবিৰত ৩৯ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত সাম্প্ৰ...

June 4, 2025 2:05 PM

views 23

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাৱিত

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাৱিত কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহনি অঞ্চলসমূহ পানীত বুৰ যোৱাত পহু, গঁড়, হাতীকে ধৰি অন্যান্য জীৱ-জন্তুৱে বানৰ পৰা ৰক্ষা পোৱাৰ লগতে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৭১৫ নম...

June 4, 2025 2:04 PM

views 19

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যৰ ১০৫খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যৰ ১০৫খন প্ৰাথমিক বিদ্যালয়ত কালি ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা শিক্ষাখণ্ডৰ অন্তৰ্গত কুৰুৱাভাষা বাইদামবুড়ি প্রাথমিক বিদ্যালয়ত কালি কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে নিখিল ৰা...

June 4, 2025 2:01 PM

views 19

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেড় মা কে নাম কাৰ্যসূচীৰ অধীনত কাইলৈ বিদ্যালয়সমূহত গছপুলি ৰোপণৰ আহ্বান

সমগ্র শিক্ষা অসমে কাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক পেড় মা কে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিদ্যালয়সমূহত গছপুলি ৰোপণৰ বাবে আহ্বান জনাইছে। এই অনুসৰি প্ৰতিখন বিদ্যালয়ে কমেও পাঁচটাকৈ গছপুলি ৰোপণ কৰিব লাগিব। অহা ৩০ ছেপ্তেম্বৰলৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন বিদ্যালয়ে কম...

June 4, 2025 1:57 PM

views 24

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত দিনৰ ১১ বজাত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা...

June 4, 2025 1:55 PM

views 27

তেজপুৰৰ লিচুয়ে এশ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ ৰেডক্ৰছ ছ’চাইটীৰ সভাগৃহত লিচু উৎসৱ উদযাপন

তেজপুৰৰ লিচুয়ে এশ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে কালি তেজপুৰ ৰেডক্ৰছ ছ'চাইটিৰ সভাগৃহত লিচু উৎসৱ অনুষ্ঠিত কৰা হয়। তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাই ১৯২২ চনত পল্টন পুখুৰীৰ পাৰত লিচু গছ ৰোপণেৰে এই যাত্ৰা আৰম্ভ কৰিছিল। কালিৰ সভাত শোণিতপুৰ জিলা আয়ুক্তই তেওঁৰ ভাষণত কয়, যে বর্তম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।