আঞ্চলিক সংবাদ

June 6, 2025 12:29 PM

views 15

অসমৰ চাহৰ ইতিহাস অধ্যয়নৰ বাবে জাপানৰ মহিলা গৱেষকৰ দল তিনিচুকীয়াত উপস্থিত

অসমৰ ২০০ বছৰীয়া চাহৰ ইতিহাস অধ্যয়নৰ বাবে জাপানৰ ৭ গৰাকী মহিলা গৱেষকৰ এটা দল তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহাসিক বিছা গাঁৱত উপস্থিত হৈছে। দলটোৱে অসমৰ চাহ শিল্পৰ আদিভূমি বিছা গাঁৱত উপস্থিত হৈ বিছাৰজাৰ বাসগৃহ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ২০০ বছৰৰ পূৰ্বে লিডু বিছা গাঁৱৰ ছিংফ' ৰজা বিছাগামৰ সৌজন্যত স্কটিছ ...

June 6, 2025 12:27 PM

views 30

কাজিৰঙাত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ উদ্যোগত হেল্পলাইন নম্বৰ মুকলি

বানত ক্ষতিগ্রস্ত বন্যপ্ৰাণীক উদ্ধাৰৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ উদ্যোগত হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে বিপদত পৰা বন্যপ্ৰাণী দেখিলে কেন্দ্ৰটোৰ হেল্পলাইন নম্বৰ ৬৯০১৮৬৪৯০০ত খবৰ দিব পাৰিব। তদুপৰি বানৰ সময়ছোৱাত সৰ্বাধি...

June 6, 2025 12:21 PM

views 26

অসম সাহিত্য সভাৰ উদ্যোগত নগাঁৱত আজিৰে পৰা লেখক শিবিৰৰ আয়োজন

অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভা, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ সহযোগত নগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ লেখক শিবিৰৰ আয়োজন কৰা হৈছে। কবিতা, গল্প, উপন্যাস আৰু নাট্য সাহিত্যৰ মনোগ্ৰাহী অনুষ্ঠানেৰে এই শিবিৰ নগাঁও জিলা পুথিভঁৰাল, কমলাদেৱী তোদী স্মৃতিভৱন আৰু নগাঁও সাংস্কৃতিক প্ৰকল্...

June 6, 2025 12:19 PM

views 49

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ১৯ খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৰাজ্যখনত ৫ লাখ ৬০ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছ...

June 6, 2025 12:17 PM

views 21

পৰিৱেশ কৰ্মী কুমুদ বৰুৱাক কেয়াৰ লুইত আৰু বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ সম্বৰ্ধনা জ্ঞাপন

 কেৱল পৰিৱেশ দিৱসৰ দিনাখনেই নহয় বছৰটোৰ প্ৰতিটো দিনেই পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি যোৱা অবিভক্ত শোণিতপুৰ জিলাৰ এজন পৰিৱেশ কৰ্মী হৈছে বিশ্বনাথৰ কুমুদ বৰুৱা। পেচাত এগৰাকী জ্যেষ্ঠ অধিবক্তা বৰুৱাই বিশ্বনাথ নগৰখনত প্ৰায় ১০ হাজাৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি নগৰখনক সেউজ কৰি ৰখাত যথেষ্ট অৰিহনা যোগাইছিল। তে...

June 6, 2025 12:14 PM

views 24

ৰাজ্যত বনাঞ্চল ধ্বংসৰ কাৰ্যকলাপ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়েত নিৰীক্ষণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যত বন ধ্বংসৰ কাৰ্যকলাপ কৃত্রিম বুদ্ধিমত্তা – এ আইৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত ঘোষণা কৰে। কৃত্রিম বুদ্ধিমত্তা আৰু কৃত্ৰিম উপগ্ৰহৰ সহায়ত বন ধ্বংস আৰু বনভূমিৰ ক্ষতি আদি বাস্তৱসন্মত সময়ত চাব প...

June 5, 2025 9:48 PM

views 20

গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসত বিশেষ প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ কাৰ্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ প’ৰ্টেল মুকলি কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ মাতৃৰ নামত ৰোপণ কৰা গছপুলিৰ ফটো আপলোড কৰিবলৈ সকলোকে পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৰাজ্য চৰক...

June 5, 2025 9:46 PM

views 70

প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন

প্ৰকৃতি সুৰক্ষা আৰু পৰিৱেশ সচেতনতা সৃষ্টিৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। এই বছৰৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে- প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক পেড় মা কে নাম কাৰ্যসূচীৰ অংশ হিচাপে জিলাসমূহৰ শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়ত গছপুলি ৰো...

June 5, 2025 9:43 PM

views 31

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি, এতিয়াও ১৯খন জিলাৰ ভালেমান অঞ্চল বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ১৯খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনত ৬ লাখ ৭৮ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। যোৱা ২৪ ঘণ্টাত বানৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ফলত বছৰ...

June 5, 2025 9:41 PM

views 25

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন কৰে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইৰ উদ্যোগত গঢ়ি উঠা বক্সিং একাডেমীখন মুকলি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২ কোটি টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে। একাডেমীখনত খেলুৱৈৰ হোষ্টেলৰ সুব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।