June 6, 2025 9:05 PM
43
কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা কাইলৈ পালন কৰা হ'ব। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। কাইলৈ ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ ছাফ চিকুণ কৰি সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে কাইলৈ পুৱা ঈদ নামাজ পঢ়া হ'ব। দক্ষিণ শালমাৰা মানকাচৰ জিল...